• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ

3 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

51 minutes ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

1 hour ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

2 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

3 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

4 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

5 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ

editor by editor
May 5, 2023
in চিনেমা, বিনোদন, ভাৰত, ৰাজনীতি
0
‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰলৈ গৈ মোদীয়ে এইবাৰ প্ৰচাৰৰ নতুন কৌশল হিচাপে লৈছে ‘দ্যা কেৰালা ষ্টৰী’ক। তেওঁ কয় যে এই ছবিক নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদকেই প্ৰশ্ৰয় দিছে। শুকুৰবাৰে কৰ্ণাটকৰ বেলাৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ সভাত কয়, ‘বন্দুক বোমাৰ শব্দ শুনা যায়। কিন্তু সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰই নিঃশব্দে সমগ্ৰ সমাজখনকেই ভিতৰে ভিতৰে কঁপাই থাকে। কেৱল আমিয়েই এই কথা কোৱা নাই। এই বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে আদালতেও। বৰ্তমান দেশজুৰি কেৰালা ষ্টৰীক লৈ আলোচনা হৈ আছে। সেই ছবিত জঙ্গি ষড়যন্ত্ৰ আৰু কাৰ্যকলাপো তুলি ধৰা হৈছে।’ ইয়াৰপাছতেই মোদীয়ে কয়, ‘এই বিষয়ক লৈ চিনেমা নিৰ্মাণ কৰাটো ভাল হৈছে কিন্তু ইয়াৰ বিৰোধিতা কৰি ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা মানে সন্ত্ৰাসবাদকেই সমৰ্থন কৰা বুজায়। যিটো কংগ্ৰেছ দলে কৰি আছে।’

উল্লেখ্য যে আজি অৰ্থাৎ শুকুৰবাৰে মুক্তিলাভ কৰিছে ‘দ্যা কেৰালা ষ্টৰী’য়ে। ছবিৰ ট্ৰেলাৰ মুক্তিৰ পাছতেই বিতৰ্ক আৰম্ভ হৈছিল। সৰহসংখ্যকৰেই অভিযোগ আছিল, ছবিখনত দেখুওৱা সন্ত্ৰাসবাদ একেবাৰেই মিছা। ৩২ হাজাৰ মহিলা নিখোজ হোৱাৰ খবৰো মিছা। ট্ৰেলাৰত কোৱা হৈছে যে ৩২ হাজাৰ মহিলা নিখোজ হৈ গৈছিল আৰু পৰবৰ্তী সময়ত তেওঁলোকে আইচিছত যোগদান কৰিছে। ছবিৰ মাধ্যমেৰে সংঘই কেৰালাৰ ধৰ্ম নিৰপক্ষ পৰিবেশ নষ্ট কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ আনিছিল কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে। তাতেই কেৰালা চৰকাৰ আৰু কংগ্ৰেছ দলে ছবিখন কেৰালাত নিষিদ্ধ কৰাৰো দাবী তুলিছিল। ছবি নিৰ্মাতাৰ বিৰুদ্ধে সৰৱ হৈছিল কংগ্ৰেছ নেতা শশী থাৰুৰো। শশী থাৰুৰৰ মতেও ছবিখনত ভুলকৈ বাস্তৱক তুলি ধৰা হৈছে। ইয়াৰোপৰি ছবিখনক বাকস্বাধীনতাৰ অপপ্ৰয়োগ ঘটাৰ কথাও প্ৰকাশ কৰিছে থাৰুৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক
জীৱনশৈলী

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

March 25, 2026
Next Post
মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?

লণ্ডনত ব্ৰিটেইনৰ ৰজাৰ অভিষেক! ৰজা-ৰাণীৰ পোছাক তৈয়াৰ কৰিছে হুগলী নদীৰ পাৰৰ এগৰাকী যুৱতীয়ে, লণ্ডনৰ পৰিসীমা নেদেখা প্ৰিয়ংকাক কেনেকৈ যোগাযোগ কৰিছিল ৰাজপৰিয়ালে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন