• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

2 months ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

43 minutes ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

1 hour ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

2 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

2 hours ago
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

3 hours ago
সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

20 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

22 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

23 hours ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

24 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

1 day ago
মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান...! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

editor by editor
December 5, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত বহিব ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন৷ বৈঠকত কেৱলমাত্ৰ কোনো বন্ধুত্বপূৰ্ণ আলোচনাই নহয়, ইয়াৰ সৈতে প্ৰতিৰক্ষা আৰু বাণিজ্যিক বিষয়তো একাধিক আলোচনা চলিব৷ ফলত প্ৰতিৰক্ষা সংস্থাসমূহ আৰু বিশেষজ্ঞসকলৰ ফকাছত আছে এই বৈঠক৷ অনুমান কৰা হৈছে ৰাছিয়ান Su-57 যুদ্ধবিমান আৰু S-500 ক লৈ কোনো চুক্তি হ’ব পাৰে নতুন দিল্লী আৰু মস্কোৰ সৈতে৷ প্ৰতিৰক্ষাৰ দিশত আৰু কোন কোন বিষয় আলোচনা হব পাৰে জানি থওক সবিশেষ৷

ষ্টকহোম ইণ্টাৰনেশ্ব্যনেল পিছ ৰিচাৰ্ছ ইনষ্টিটিউটৰ তথ্যই কৈছে, ২০২৪ চনত ভাৰতৰ ৩৬শতাংশ অস্ত্ৰ ৰাছিয়াৰ পৰা আহিছে৷ অপাৰেছন সিন্দুৰৰ সময়ত S-400 চিষ্টেমে ৯৫ শতাংশ পাকিস্তানি ড্ৰোণ ধ্বংস কৰিছিল৷ ইয়াৰোপৰি আপগ্ৰেড ভাৰ্ছন S-500ক লৈ আলোচনা চলিব৷

প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে এই প্ৰসংগত জনাইছে যে ৰাছিয়াৰ সৈতে আমাৰ ডিফেন্স পাৰ্টনাৰচিপ দীৰ্ঘদিনৰ৷ এই বৈঠকে সেই পাৰ্টনাৰচিপক আৰু গভীৰ কৰিব৷ ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰি পেছকভেও জনাইছে যে এই বৈঠকত S-400 আৰু Su-57 ক লৈয়ো আলোচনা হব৷

উল্লেখ্য যে ৰুছ প্ৰেছিডেণ্টে বিগত ৪ ডিচেম্বৰত দিল্লীত উপস্থিত হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগতভাৱে তেওঁক বিমানবন্দৰৰ পৰা আনিছে৷ ৪ বছৰৰ ভিতৰত এয়া পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ৷ এই শীৰ্ষ সন্মীলনত প্ৰতিৰক্ষা, ইন্ধন আৰু বাণিজ্যৰ দৰে বিষয় আলোচনা হব পাৰে৷

প্ৰতিৰক্ষা বিভাগৰ কোন কোন বিষয় আলোচনা হ’ব পাৰে?

Su-57 যুদ্ধবিমান

ৰাছিয়াৰ Su-57 এখন বিশেষ যুদ্ধবিমান৷ ই আমেৰিকান F-35 ৰ সৈতে প্ৰতিযোগিতাত নামিব পাৰে৷ ইয়াত ছুপাৰক্ৰুজ, উন্নত ৰাডাৰ আৰু দুৰণিবটীয়া ক্ষেপণাস্ত্ৰ আছে৷ বিশেষজ্ঞৰ মতে ই ভাৰতৰ বিমান বাহিনীৰ হাতলৈ আহিব৷ ভাৰতীয় সেনাক কমেই দুটা স্কোয়াড্ৰন অৰ্থাৎ প্ৰায় ৮৪খন জেটৰ প্ৰয়োজন৷ প্ৰতি জেটৰ দাম প্ৰায় ৩০০ মিলিয়ন ডলাৰ৷ বিশেষ বিষয় হৈছে ৰাছিয়াই ১০০শতাংস প্ৰযুক্তি ভাৰতক দিছে৷ ইয়াৰফলত এইসমূহ ভাৰততো তৈয়াৰ কৰিব পাৰে৷ ক্ৰেমলিনৰ দাবী যে SU-400 বিশ্বৰ বিশেষ ফাইটাৰ৷  ভাৰতৰ সৈতে যৌথভাৱে সেয়ে উৎপাদন কৰিব খোজে ৰাছিয়াই৷ যদি চুক্তি চুড়ান্ত হয় তেতিয়া এই ডিলৰ ভেলু ৭৪ বিলিয়ন ডলাৰ হব পাৰে৷

এছ-৫০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাঃ হাইপাৰছনিক আক্ৰমণৰ জৱাব

S-500ৰ পুৰণি ভাৰ্ছন S-400 তকৈ উন্নত৷ ই হাইপাৰছনিক ক্ষেপণাস্ত্ৰ, বেলিষ্টিক ক্ষেপণাস্ত্ৰ, ক্ৰুজ ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰিব পাৰে৷ ই প্ৰায় ৬০০ কিঃমিঃ পৰ্যন্ত আকাশত সুৰক্ষা দিব পাৰে৷ ভাৰতে S-500ক লৈ ৫.৪ বিলিয়ন ডলাৰৰ এক চুক্তি কৰিব খুজিছে৷ যাৰ মাজত ৬০শতাংশ প্ৰযুক্তি হস্তান্তৰৰ বিষয়টো অন্তৰ্ভুক্ত৷ ৰাছিয়াৰ আলমাজ এণ্টে কোম্পানীৰ সৈতে এই অস্ত্ৰ যৌথ উৎপাদনৰ ওপৰতো আলোচনা হব৷ এই কথা পাক্কা হলেই ভাৰতৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থা আৰু শক্তিশালী হৈ উঠিব৷ ইয়াৰোপৰি S-400 আপগ্ৰেড আৰু আমদানি, নতুন ৮০০ কিঃমিঃ দূৰ বিশিষ্ট ব্ৰহ্মোছ মিছাইল, Su-30MKI-ৰ ১০০খন জেটত ডাঙৰ আপগ্ৰেড, স্প্ৰট লাইট টেংক, পেণ্টছিৰ চিষ্টেম ইত্যাদিক লৈয়ো আলোচনা হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
জীৱনশৈলী

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

January 28, 2026
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

January 28, 2026
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
জীৱনশৈলী

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

January 28, 2026
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?
জীৱনশৈলী

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

January 28, 2026
Next Post
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.