• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

3 months ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

16 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

17 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

18 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

3 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

editor by editor
November 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণত সন্ত্ৰাসবাদীৰ যোগ থকাৰ বিষয়টোত চিলমোহৰ মাৰিলে খোদ প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ পৰা লালকিল্লাৰ বিস্ফোৰণৰ ঘটনাত গৰ্জি উঠিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কোনো ষড়যন্ত্ৰকাৰী হাৰি নাযাব৷ ঘটনাৰ সৈতে জড়িতৰ শিঁপালৈকে আমি উভালি পেলাবলৈ সকলোবোৰ কৰিম৷ তদন্তকাৰী সংস্থাসমূহ যি কৰিব লাগে সকলোখিনি কৰিব৷

নিৰ্ধাৰিত কৰ্মসূচী অনুসৰি ভুটানৰ চতুৰ্থ ৰজা জিগমে সিংগৰ ৱাংচুকৰ ৭০তম জন্মবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত যোগ দিবলৈ মঙলবাৰে ভুটানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী৷ ভুটানৰ ৰাজধানী থিম্পুৰ এক অনুষ্ঠানত মঞ্চৰ পৰা মোদীয়ে কয়, ‘আজি মোৰ মন খুবেই ভাৰাক্ৰান্ত৷ সোমবাৰে সন্ধিয়া দিল্লীত ভয়াৱহ ঘটনা ঘটিছে৷ যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ যন্ত্ৰণা মই বুজিব পাৰিছো৷ সমগ্ৰ দেশ তেওঁলোকৰ কাষত আছে৷’

এই ঘটনাৰ উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাসো দিছে প্ৰধানমন্ত্ৰীয়ে৷ সোমবাৰে সন্ধিয়াৰ পৰা পৰিস্থিতিক আমি নজৰত ৰাখিছো বুলিও জনাই মোদীয়ে৷ মোদীয়ে কয়, ‘সমগ্ৰ নিশা আমি সমস্ত কেন্দ্ৰীয় এজেন্সিৰ সৈতে যোগাযোগ ৰাখিছিলো৷ তদন্তত প্ৰাপ্ত তথ্যসমূহক লৈ আলোচনা চলিছিল৷ এই ষড়যন্ত্ৰৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থাসমূহে৷ যিসকলে এই ষড়যন্ত্ৰৰ সৈতে যুক্ত আৰু দায়ী তেওঁলোক সকলোকে বিচাৰৰ আওঁতাত অনা হব৷ এজনো হাৰি নাযাব৷

সোমবাৰে সন্ধিয়া প্ৰৱল বিস্ফোৰণত কঁপি উঠিছে লালকিল্লাৰ চৌপাশৰ এলেকা৷ হাইছিকিউৰিটি জোনত এই বিস্ফোৰণত এতিয়ালৈকে ১২জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে৷ আহত হৈছে ২৬ জন লোক৷ বিস্ফোৰণৰ তীব্ৰতা ইমানেই আছিল যে বাহনৰ দুৱাৰ ছিটিকি পৰিছিল ১০০ মিটাৰ দূৰৈত৷ ছিন্নভিন্ন হৈছে বহুজনৰ দেহ৷

প্ৰধানমন্ত্ৰীৰ দৰেই একেই মন্তব্য ৰাখিছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেও৷ তেওঁ কয়, লালকিল্লাত বিস্ফোৰণত যিসকল যুক্ত তেওঁলোক প্ৰত্যেকেই কঠোৰ শাস্তি পাব৷ আমি দেশবাসীক আশ্বস্ত কৰিব খুজিলে এই ঘটনাৰ সৈতে জড়িত দোষীসকলো বিচাৰৰ আওঁতাত আনি কঠোৰ শাস্তি দিয়া হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
দেশৰ ডাঙৰ ডাঙৰ কেইবাখনো চহৰত হাইএলাৰ্ট, ভয় নকৰিব, হাই এলাৰ্টৰ অৰ্থ কি? কি কি পদক্ষেপ লোৱাটো জৰুৰী?

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন