• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

5 years ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

3 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

3 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

3 hours ago
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

4 hours ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

5 hours ago
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

5 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

6 hours ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

7 hours ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

8 hours ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

8 hours ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

8 hours ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

editor by editor
April 5, 2022
in অসম, ভাৰত, ৰাজনীতি
0
অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহিব৷ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম অহাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে৷

অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কে’বাখনো কেঞ্চাৰ হাস্পতাল উদ্ধোধন কৰিব৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭ খনকৈ কেঞ্চাৰ হাস্পতাল উদ্বোধন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত নিৰ্মাণ কৰিবলগীয়া আৰু ৭ খন কেঞ্চাৰ হাস্পতালৰ ভাৰ্চুৱেলি আধাৰশিলাও স্থাপন কৰিব৷

লগতে পঢ়ক মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতালখনৰ লগতে ভাৰ্চুৱেলি আন ৬ খন কেঞ্চাৰ হাস্পতাল শুভ উদ্বোধন কৰিব৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনোৱা অনুসৰি ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত নিৰ্মাণ কাৰ্য চলি থকা ১০ খন কেঞ্চাৰ হাস্পতালৰ ভিতৰত ৭ খন ডিব্ৰুগড়ৰ পৰা শুভ উদ্বোধন কৰিব৷ আনহাতে আন ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCM Hinanta Biwsa SarmaPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম
অপৰাধ

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

October 22, 2026
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে
ৰাজনীতি

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

October 22, 2026
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড
ভাৰত

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

October 22, 2026
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?
বিনোদন

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

October 22, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.