• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

4 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

4 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

6 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

6 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

6 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

7 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

9 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

10 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

10 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

10 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

11 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

editor by editor
April 6, 2022
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা দুটা বৰ্ষত কৰোনা মহামাৰীয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰিলেও ভাৰতীয় ধন কুবেৰসকলৰ সম্পত্তি আহৰণত ইয়াৰ কোনো কুপ্ৰভাৱ পৰা নাছিল৷ বৰং তেওঁলোকৰ সম্পত্তি হোৰাহোৰে বৃদ্ধি পোৱাহে পৰিলক্ষিত হ’ল৷

ফ’ৰ্বছৰ ২০২২ বৰ্ষৰ ৩৬ সংখ্যক বাৰ্ষিক তালিকাত ভাৰতীয় ধন কুবেৰসকলৰ সম্পত্তি বৃদ্ধি হোৱাৰ তথ্য স্পষ্টকৈ প্ৰকাশ পাইছে৷ ফ’ৰ্বছৰ বিগত দিনসূহত মতে ভাৰতৰ বহু ধনকুবেৰৰ সম্পত্তি দোপতদোপে বৃদ্ধি পাইছে৷

তলত ফ’ৰ্বছৰ ২০২২ বৰ্ষৰ তালিকা সন্নিৱিষ্ট হোৱা ভাৰতৰ দহ গৰাকী ধনাঢ্য  ব্যক্তিৰ নাম উল্লেখ কৰা হ’ল—

 

লগতে পঢ়ক পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

১. মুকেশ আম্বানি

ফ’ৰ্বছৰ মতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিৰ ভাৰতৰ সবাতোকৈ ধনী ব্যক্তি৷ ইমানেই নহয় তেওঁ এছিয়া আটাইতকৈ ধনী ব্যক্তিৰ স্থান এতিয়াও অক্ষত ৰাখিছে৷ ৯০.৭ বিলিয়ন মাৰ্কিন ড’লাৰেৰে মুকেশ আম্বানি হৈছে বিশ্বৰে দশম সংখ্যক ধনাঢ্য ব্যক্তি৷

২. গৌতম আদানিৰ পৰিয়াল

ভাৰতৰ অন্য এজন ধন কুবেৰ গৌতম আদানি কেৱল ভাৰতৰে নহয়, এছিয়াৰো দ্বিতীয় ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ ফ’ৰ্বছৰ তথ্য অনুসৰি ৯০ বিলিয়ন মাৰ্কিন ড’লাৰেৰে গৌতম আম্বানি বিশ্বৰ ১১ সংখ্যক ধনাঢ্য ব্যক্তি৷

৩. শিৱ নাডাৰ

ফ’ৰ্বছৰ তালিকা অনুসৰি HCL টেকন’ল’জিছ লিমিটেডৰ প্ৰতিষ্ঠাপক শিৱ নাডাৰ হৈছে ভাৰতৰ তৃতীয় ধনাঢ্য ব্যক্তি৷ ফ’ৰ্বছৰ তথ্য অনুসৰি নাডাৰ ২২ শতাংশ সম্পত্তি বৃদ্ধি পাইছে৷ ২৮.৭ বিলিয়ন ড’লাৰ সম্পত্তিৰে শিৱ নাডাৰ হৈছে বিশ্বৰ ৪৭ সংখ্যক ধনাঢ্য ব্যক্তি৷

 

লগতে পঢ়ক মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

৪. চাইৰাছ পোনাৱাল্লা

বিশ্বৰ সৰ্ববৃহৎ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মূল হোতা ছাইৰাছ পোনাৱাল্লা ভাৰতৰ চতুৰ্থ সংখ্যক ধনাঢ্য ব্যক্তিৰূপে পৰিগণিত হৈছে৷ ছেৰামে কোভিড ভেকচিন কোভিডশিল্ড প্ৰস্তুত কৰাৰ পিছতে পোনাৱাল্লাৰ সম্পত্তিৰ পৰিমাণ দ্বিগুণ বৃদ্ধি পাইছে৷ ফ’ৰ্বছৰ তালিকা অনুসৰি ২৪.৩ বিলিয়ন মাৰ্কিন ড’লাৰেৰে পোলাৱাল্লা হৈছে বিশ্বৰ ৫৬ সংখ্যক ধনাঢ্য ব্যক্তি৷

৫. ৰাধাকৃষ্ণণ ডামানি

এভিনিউ চুপাৰ মাৰ্কেটৰ প্ৰতিষ্ঠাতা ৰাধাকৃষ্ণণ ডামানিয়ে ফ’ৰ্বছৰ তালিকাত বিশ্বৰ ৮১ সংখ্যক ধনী ব্যক্তি ৰূপে পৰিগণিত হৈছে৷ ২০ বিলিয়ন মাৰ্কিন ড’লাৰেৰে ডামানি হৈছে ভাৰতৰ পঞ্চমগৰাকী ধনী ব্যক্তি৷

৭. লক্ষ্মী মিট্টাল

বিশ্বৰ সৰ্ববৃহৎ তীখা আৰু ষ্টীল খনন প্ৰতিষ্ঠান এৰ্চেল’ৰমিট্টালৰ অধ্যক্ষ লক্ষ্মী মিট্টাল হৈছে ভাৰতৰ ষষ্ঠ আৰু বিশ্বৰ ৮৯ সংখ্যক ধনাঢ্য ব্যক্তি৷ ফ’ৰ্বছৰ মতে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.৯ বিলিয়ন মাৰ্কিন ড’লাৰ৷

৭. সাবিত্ৰী জিণ্ডালৰ পৰিয়াল

১৭.৭ বিলিয়ন মাৰ্কিন ড’লাৰ সম্পত্তিৰে ফ’ৰ্বছৰ মতে অ’পি জিণ্ডাল গ্ৰুপৰ মূল আধাৰ সাবিত্ৰী জিণ্ডাল আৰু তেওঁ পৰিয়ালে ভাৰতৰ সপ্তম আৰু বিশ্বৰ ৯২সংখ্যক ধনী ব্যক্তি হিচাপে চিহ্ণিত হৈছে৷ সাবিত্ৰী জিণ্ডাল হৈছে ভাৰতৰ একমাত্ৰ মহিলা যিয়ে ভাৰতৰ দহগৰাকী ধনী আৰু বিশ্বৰ ১০০ গৰাকী ধনী ব্যক্তিৰ মাজত স্থান লাভ কৰিছে৷

 

লগতে পঢ়ক সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

৮.  কুমাৰ বিৰলা

আদিত্য বিৰলা গ্ৰুপৰ আদিত্য বিৰলা হৈছে ভাৰতৰ অষ্টমসংখ্যক ধনী ব্যক্তি৷ ১৬.৫ বিলিয়ন মাৰ্কিন ড’লাৰেৰে আদিত্য বিৰলাই বিশ্বৰ ১০৯ সংখ্য ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে৷

৯. দিলীপ ছাংভী

বিশ্বৰ সৰ্ববৃহৎ ঔষধ প্ৰতিষ্ঠান চান ফাৰ্মাচিউটিকেলছৰ মূল হোতা দিলীপ ছাংভী হৈছে ভাৰতৰ নৱম সংখ্যক ধনী ব্যক্তি৷ ফ’ৰ্বছৰ মতে ১৫.৬ বিলিয়ন মাৰ্কিন ড’লাৰ সম্পত্তিৰে ছাংভী হৈছে বিশ্বৰ ১১৫ সংখ্যক ধনী ব্যক্তি৷

১০. উদয় কটক

ভাৰতৰ দশম সংখ্যক ধনাঢ্য ব্যক্তিগৰাকী হৈছে কটক মাহিন্দ্ৰা বেংকৰ মূল হোতা উদয় কটক৷ ফ’ৰ্বছৰ তালিকাৰ মতে কটকৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৪.৩ বিলিয়ন মাৰ্কিন ড’লাৰ৷ তেওঁ হৈছে বিশ্বৰ ১২৯ সংখ্যক ধনী ব্যক্তি৷

ইফালে ফ’ৰ্বছৰ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ভাৰতৰ আজিজ প্ৰেমজী, বাজাজ ভাতৃদ্বয়, ৰাকেশ ঝুনঝুৱালা, ফাল্গুণী নায়াৰসহ আন কে’বাগৰাকী ধন কুবেৰও স্থান লাভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamindia's top 10 richest personworld richest person
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল

নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল

অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.