• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

4 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

6 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

7 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

8 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

11 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

11 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

editor by editor
April 6, 2022
in অসম, নিয়োগ
0
অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম আৰক্ষীৰ অধীনৰ Assam Police Radio Organizationৰ ৪৭০ টা পদ আৰু Fire & Emergency Services, Assamত ১৭ টা পদ খালী হৈছে।

এই পদসমূহৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি Addi. Director Gen eral of Police (A), Assam আৰু SLPRB, Assam ৰ Member Convenor এ এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে।

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি Assam Police Radio Organization (৪৭০)ত আৰু Assam Commando Battalion (৭০)ত পুৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে-Constable-WO/ WT/OPR (441) আৰু Constable-WO/WT/ CY (70), Constable UB (2), Constable Messenger (14), Con stable-Carpenter (3), Constable-Dispatch Rider (10)। আনহাতে Fire & Emergency Services, Assame Driver-Operatorৰ ১২ টা পদ আৰু Assistant Squad Commanderৰ ৫ পদ পূৰণ কৰা হ’ব।

 

লগতে পঢ়ক ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

Constable-WO/WT/OPR (441) + WO/WT/CY (90)ৰ মুঠ পদ ৫১১ টা। Constable-WO/WT/OPRA ৪৪১ পদৰ ভিতৰত অসংৰক্ষিত ৩১২ টা, অ’বিচি/এমঅ’বিচিৰ ৯০ টা, এছচিৰ ২১ টা, এছটি পিৰ ১৬ টা আৰু এছটি-এইচৰ ২ টা পদ সংৰক্ষিত থাকিব।

আবেদনকাৰী স্বীকৃতিপ্রাপ্ত Board/Councilৰ পৰা Physics, Chemistry, Math ematics বিষয়সহ Science শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০-৬০,৫০০টকাসহ ৬,২০০টকাৰ গ্ৰেড পে’ লাভ কৰিব।

Constable-UBৰ ২ টা পদৰ ভিতৰত ১ টা পদ অ’বিচি/এমঅ’বিচি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে আনটো পদ অসংৰক্ষিত। আবেদনকাৰী স্বীকৃতিপ্রাপ্ত Board/Councilৰ পৰা HSSLC নাইবা Class XII উত্তীর্ণ হোৱা হ’ব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০-৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্ৰেড পে’ লাভ কৰিব।

 

লগতে পঢ়ক অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

Constable Messengerৰ ১৪ টা পদৰ ভিতৰত অসংৰক্ষিত ৬ টা, অ’বিচি/এমঅ’বিচিৰ ৬

টা, এছচিৰ ১ টা আৰু এছটি-পি শ্রেণীৰ প্ৰাৰ্থীৰ বাবে ১ টা পদ সংৰক্ষিত থাকিব।

আবেদনকাৰী স্বীকৃতি প্রাপ্ত Board/Councilৰ পৰা HSLC নাইবা ইয়াৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে LMV, MMV, HMVৰ বৈধ অনুজ্ঞাপত্ৰ থকা হোৱা হ’ব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০ ৬০,৫০০টকাসহ ৫,২০০ টকাৰ গ্ৰেড পে লাভ কৰিব।

Constable-Carpenterৰ ৩ টা পদৰ ২ টা অসংৰক্ষিত হোৱাৰ বিপৰীতে এছচি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১ টা পদ সংৰক্ষিত থাকিব। আবেদনকাৰী স্বীকৃতি প্রাপ্ত Board/Councilৰ পৰা HSLC নাইবা ইয়াৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে সংশ্লিষ্ট Tradeত ITIৰ প্ৰমাণপত্ৰধাৰী হোৱা হ’ব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০-৬০,৫০০টকাসহ ৫,২০০ টকাৰ গ্ৰেড পে’ লাভ কৰিব।

Constable Dispatch Riderৰ ১০ পদৰ ভিতৰত অসংৰক্ষিত ৪ টা অ’বিচি/এমঅ’বিচিৰ২ টা এছচিৰ ১ টা, এছটি-পিৰ ২ টা আৰু এছটি-এইচৰ বাবে ১ টা পদ সংৰক্ষিত থাকিব। আবেদনকাৰী স্বীকৃতি প্রাপ্ত Board/Councilৰ পৰা HSLC নাইবা ইয়াৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে LMV, MMV, HMVৰ বৈধ অনুজ্ঞাপত্ৰ থকা হ’ব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০-৬০,৫০০টকাসহ ৫,২০০ টকাৰ গ্ৰেড পে’ লাভ কৰিব।

 

লগতে পঢ়ক পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

আনহাতে Fire & Emergency Services. Assamত পূৰ্ণ হ’বলগীয়া Assistant Squad Commander ৫ টা পদৰ ভিতৰত অসংৰক্ষিত ৩ টা, অ’বিচি/ এমঅ’বিচিৰ ১ টা আৰু এছটি-পি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১ পদ সংৰক্ষিত থাকিব। আবেদনকাৰী Class XII উত্তীর্ণ হোৱা নাইবা স্বীকৃতিপ্রাপ্ত Board/Council Physics, Chemistry, Mathematics বিষয়সহ Science শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০-৬০,৫০০টকাসহ ৬,২০০টকাৰ গ্ৰেড পে লাভ কৰিব।

শেষত Driver-Operatorৰ ১২ পদৰ ভিতৰত অসংৰক্ষিত ৭টা, অ’বিচি/ এমঅ’বিচিৰ ৩টা, এছচিৰ ১ টা আৰু এছটি পিৰ বাবে ১ টা পদ সংৰক্ষিত থাকিব। আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে HMVৰ বৈধ অনুজ্ঞাপত্ৰ থাকিব লাগিব। দৰমহাৰ নিৰিখ মাহে ১৪,০০০-৬০,৫০০টকাসহ ৫,০০০ টকাৰ গ্ৰেড পে’ লাভ কৰিব।

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ SLPRB Assamৰ ৱেবছাইট https://siprbassam.in লগ ইন কৰিব পাৰে। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১১ এপ্রিল, ২০২২লৈ বৃদ্ধি কৰা হৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam liev24assam policeAssam Police Recruitmentaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?
অসম

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

October 2, 2026
Next Post
৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.