• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

4 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

2 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

3 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

3 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

4 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

4 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

5 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

6 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

9 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

11 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

11 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

editor by editor
April 6, 2022
in বিশ্ব, ৰাজনীতি
0
৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজনৈতিক অস্থিৰতাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্ৰা বিবিৰ এগৰাকী  ঘণিষ্ঠ বান্ধৱীয়ে বৃহৎ পৰিমাণৰ ধন লৈ দেশৰ পৰা পলায়ন কৰিছে৷ এই গুৰুতৰ অভিযোগ কৰিছে পাকিস্তানৰ বিৰোধী দলৰ এগৰাকী নেত্ৰীয়ে৷

পাকিস্তান মুছলীম লীগ-নাৱাজ(PML-N)ৰ নেত্ৰী ৰোমিনা খুৰ্শ্বিদ আলমে এক টুইটযোগে এই বিস্ফোৰক অভিযোগ কৰিছে৷ বিৰোধী দলৰ নেত্ৰী ৰোমিনাৰ মতে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্ৰা বিবিৰ বান্ধৱী ফাৰাহ খানে যোৱা দেওবাৰে প্ৰায় ৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পাকিস্তানৰ পৰা উধাও হৈছে৷

PML-Nৰ নেত্ৰী ৰোমিনা খুৰ্শ্বিদ আলমৰ মতে ফাৰাহ খানে দুৰ্নীতিৰে আহৰণ কৰা এই বিশাল পৰিমাণৰ ধন লৈ ডুবাইলৈ পলায়ন কৰিছে৷

লগতে পঢ়ক ফ’ৰ্বছ ২০২২ৰ তালিকা অনুসৰি ভাৰতৰ ১০ গৰাকী ধনী ব্যক্তি কোন কোন?

নিজৰ টুইটাৰ হেণ্ডেলত ফাৰাহ খানৰ এখন ফ’টো শ্বেয়াৰ কৰি বিৰোধী নেত্ৰীগৰাকীয়ে লিখিছে যে এটা বুশ্ৰা বিবিৰ বান্ধৱী ফাৰাহ খানে বেগত ৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন ভৰাই লৈ প্ৰায় ৫০ হাজাৰ মাৰ্কিন ড’লাৰ ব্যয়ে কৰি এখন প্ৰাইভেট জেট বিমানেৰে দেশ ত্যাগ কৰিছে৷

Farah Khan, Bushra’s Frontwoman who ran away . The bag with her is for $90,000. Yes that’s ninety thousand dollars. pic.twitter.com/ESrZOKD3h6

— Romina Khurshid Alam (@MNARomina) April 5, 2022

ইফালে, ফাৰাহ খানক সকলো দুৰ্নীতিৰ মাতৃ বুলি অভিহিত কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফৰ কন্যা তথা PML-Nৰ উপ সভানেত্ৰী মাৰ্য়াম নাৱাজে৷ মাৰ্য়াম নাৱাজে বিস্ফোৰক অভিযোগ তুলি কয় যে ফাৰাহ খানে দেশৰ শাসকীয় ৰাজনৈতিক নেতা আৰু চৰকাৰী শীৰ্ষ বিষয়াসকলৰ সৈতে মিলি প্ৰায় ৩২ মিলিয়ন মাৰ্কিন ড’লাৰ দুৰ্নীতি সংঘটিত কৰিছে৷

আনহাতে, ইমৰাণ খানৰ আৰু বহু ঘণিষ্ঠ লোকে দেশৰখনৰ পৰা ধন লৈ পলায়ন কৰিবলৈ সাজু হৈ থকাৰো অভিযোগ কৰিছে বিৰোধীয়ে৷

লগতে পঢ়ক পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

উল্লেখ্য যে বিগত কে’বা সপ্তাহ ধৰি পাকিস্তানত ৰাজনৈতিক অচলাৱস্থা চলি আছে৷ তাৰ মাজতে বিৰোধীয়ে পাকিস্তানৰ নেচনেল এছেম্বলীত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে৷

যোৱা দেওবাৰে পাকিস্তানৰ সংসদত উক্ত অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ আছিল যদিও ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইমৰাণ খানে পাকিস্তানৰ নেচনেল এছেম্বলী ভংগ কৰি দিয়ে৷

এই ৰাজনৈতিক অচলাৱস্থাৰ মাজতে সাময়িক সকাহৰ বাবে পাকিস্তানত এগৰাকী তত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এতিয়ালৈকে ইমৰাণ খানে তত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBushra BibiFarah KhanPak PM Imran KhanpakistanPakistan news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
Next Post
এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.