• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

4 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

3 minutes ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

27 minutes ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

49 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

2 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

3 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

3 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

4 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

5 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

editor by editor
April 6, 2022
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব
0
সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!
0
SHARES
454
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ (NOAA) অধীনত অহা মহাকাশ বতৰ পূৰ্বানুমান কেন্দ্ৰই বুধবাৰে আৰু বৃহস্পতিবাৰে সৌৰ বিকিৰণৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিছে৷ NOAAই প্ৰকাশ কৰা অনুসৰি যোৱা দেওবাৰে সূৰ্যৰ খোলা পৃষ্ঠত প্লাজমা ফিলামেণ্ট বাহিৰলৈ ওলাই আহিছিল৷

ইণ্ডিয়া টুডেৰ বাতৰিৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ পৰ্যবেক্ষকে সূৰ্যৰ ওপৰত S22W30ৰ ওচৰত কেন্দ্ৰীভূত ফিলামেণ্ট বিস্ফোৰণ হোৱা কৰ’নেল মাছ ইজেক্টচন প্ৰত্যাশিত আগমনৰ প্ৰতিক্ৰিয়াস্বৰূপে এটা সৰু ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী কৰিছে৷

পৃথিৱীত ভূ-চুম্বকীয় ধুমুহা অহা ৭ এপ্ৰিললৈ বৃদ্ধি হোৱা প্ৰৱল সম্ভৱনা আছে৷ যাৰ ফলত পৃথিৱীৰ নিকটৱৰ্তী কক্ষত থকা কৃত্ৰিম উপগ্ৰহসমূহত ন্যূনতম প্ৰভাৱ পৰাৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ধুমুহা-বিজুলী ঢেৰেকনিৰ তীব্ৰ সম্ভৱনা আছে৷

লগতে পঢ়ক ৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

সংস্থাটোৱে লগতে নিম্নমানৰ পৃথিৱীত সৌৰ বিকিৰণৰ ধুমুহা সম্ভাৱনা আছে বুলি সতৰ্ক কৰি দিছিল৷ ভূ-চুম্বকীয় ধুমুহা হৈছে পৃথিৱীৰ মেগনেট’স্ফেয়াৰ বিনিময়ৰ এক ডাঙৰ বিভ্ৰান্তি, যি সৌৰ জগতৰ পৰা পৃথিৱীৰ চাৰিওফালৰ মহাকাশলৈ শক্তিৰ অতি তীব্ৰ বিনিময়ৰ ফলত হোৱা এটি মহাজাগতিক পৰিঘটনা৷

যোৱা সোমবাৰে ফিলামেণ্ট বিস্ফোৰণ দৃশ্য দৃশ্যমান হোৱা NOAAই বুলি প্ৰকাশ কৰিছে৷ অৱশ্যে CMEএ পৃথিৱীত আঘাত কৰিব নে নাই সেই বিষয়ে বিশেষজ্ঞসকল এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হ’ব পৰা নাই৷

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰিত এক ভূ–চুম্বকীয় ধুমুহাই স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ ষ্টাৰলিং প্ৰকল্পটোক বেয়াকৈ আঘাত কৰাৰ ফলত ইয়াৰ ৪০ টা উপগ্ৰহ ক্ষতিগ্ৰস্ত হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamearthfilamentfilament eruptiongeomagnetic stormsatellitesun
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
সাৱধান! ভাৰতত কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স! এজন আক্ৰান্ত

সাৱধান! ভাৰতত কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স! এজন আক্ৰান্ত

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.