• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

4 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

3 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

4 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

5 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

5 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

6 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

7 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

10 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

10 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!

editor by editor
April 6, 2022
in অসম, উত্তৰ-পূব, ভাৰত
0
এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা জানুৱাৰি আৰু ফেব্ৰুৱাৰি মাহত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শীতে কোবাই গৈছিল৷ ইয়াৰ পিছতে বিগত মাৰ্চ মাহত অসমসহ দেশৰ বিভিন্ন ৰাজ্যত বতৰ উষ্ণতা বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷

যোৱা কিছুদিন অসমসহ দেশৰ লগতে বিভিন্ন এলেকাত বৰষুণ পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে দেশৰ বিভিন্ন অঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা গৈছে৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে(IMD) প্ৰকাশ কৰা অনুসৰি এপ্ৰিলত মাহত দেশৰ বিভিন্ন অঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি পাব৷

লগতে পঢ়ক অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

বিভাগৰ মহানিৰ্দেশক মৃত্যুঞ্জয় মহাপাত্ৰই বুধবাৰে প্ৰকাশ কৰা অনুসৰি অনাগত দিনত বতৰ উষ্ণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ মহাপাত্ৰ কয় যে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰত অঞ্চল তাপমাত্ৰা বৃদ্ধি পাব৷ গুজৰাট আৰু ৰাজস্থানৰ পৰা মধ্যপ্ৰদেশ আৰু ছত্তিশগড়লৈকে তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

ইয়াৰ পূৰ্বেও আইএমডিয়ে পূৰ্বানুমান কৰিছিল যে এপ্ৰিলত মাৰ্চতকৈ গৰমৰ মাত্ৰা বৃদ্ধি পাব৷ মহাপাত্ৰৰ মতে দেশৰ বিভিন্ন অংশত ১৫ এপ্ৰিল পৰ্যন্ত ই ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

লগতে পঢ়ক নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল

আইএমডিয়ে এক বিবৃতিত কয় যে ২৭ মাৰ্চলৈকে বৰ্তমানৰ তাপ প্ৰবাহ মুখ্যতঃ পশ্চিম ৰাজস্থান, গুজৰাটৰ কাষৰীয়া আৰু পশ্চিম মধ্য প্ৰদেশত ২৭ মাৰ্চত আৰম্ভ হৈছিল। ই ২৯ মাৰ্চৰ ভিতৰত পূব ৰাজস্থান, পূব মধ্য প্ৰদেশ, দক্ষিণ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দক্ষিণ অংশত উপস্থিত হৈছিল আৰু হিমালয় অঞ্চলতো তীব্ৰ গৰম অব্যাহত আছে।

বিভাগটোৰ মতে, উত্তৰ সমভূমি, মধ্য ভাৰতৰ কিছু অংশ আৰু পশ্চিম হিমালয় অঞ্চলত নিৰন্তৰ আৰু তীব্ৰ তাপ প্ৰবাহৰ পৰিস্থিতি দেখা গৈছে। উচ্চ উচ্চতাত সৰ্বাধিক তাপমাত্ৰা ২৫ ৰ পৰা ৩৩ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আছে। অৱশ্যে, এপ্ৰিল মাহৰ আগৰ তথ্যই দেখুৱাই যে এনে পৰিস্থিতি অস্বাভাৱিক নহয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamWeather Prediction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

সাৱধান! ভাৰতত কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স! এজন আক্ৰান্ত

সাৱধান! ভাৰতত কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স! এজন আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.