• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল

নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল

4 years ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

35 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

9 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

10 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

10 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

10 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

11 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

12 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

13 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

14 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

15 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল

editor by editor
April 6, 2022
in অসম, নিয়োগ
0
নিবনুৱাৰ বাবে ভাল খবৰ : ৰিজাৰ্ভ বেংকত ২৯৪ পদত কৰিব মকৰল
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় টকাৰ মুদ্ৰানিধি নিয়ন্ত্ৰণকাৰী কেন্দ্রীয় বেংকিং প্রতিষ্ঠান ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া (Reserve Bank of India) অর্থাৎ আৰবিআাইত ২৯৪ টা পদ মুকলি হৈছে।

অহতাসম্পন্ন প্রাৰ্থীৰ পৰা আবেদন আহ্বান কৰি আৰবিআই কর্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপন অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে-Officers in Grade ‘B’ (DR) General (238) Officers in Grade ‘B’ (DR)-DEPR (31), Officers in Grade ‘B’ (DR)-DSIM (25) Officers in Grade ‘B’ (DR)-General

উক্ত পদসমূহৰ বাবে প্ৰাৰ্থী গড়ে ৬০ শতাংশ নম্বৰেৰে যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

লগতে পঢ়ক অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসম ভ্ৰমণত কি কি কৰিব মোদীয়ে?

Officers in Grade ‘B’ (DR) DEPR পদৰ প্ৰাৰ্থী Quantitative Economics/Mathematical Economics/Financial Economics/Business Economics/Agricultural Economics/Industrial Economics বিষয়ত MA/M.Sc. ডিগ্ৰীধাৰী নাইবা Quantitative Finance / Mathematical Finance/Quantitative Techniques/International Finance/Business Finance/Banking and Trade Finance/ International and Trade Finance/ Project and Infrastructure Finance/ Agri Business Finance SMA/M.Sc. ডিগ্ৰীধাৰী নাইবা Economics/Finance বিষয়ত PGDM/MBAT ডিগ্ৰীধাৰী হ’ব লাগিব।

Officers in Grade ‘B’ (DR)-DSIM পদৰ প্ৰাৰ্থী Statistics/Mathematical Statistics/ Mathematical Economics/Econometrics/Statistics & Informatics/Applied Statistics & Informatics স্নাতকোত্তৰ হ’ব লাগিব।

প্ৰাৰ্থীসকলৰ বয়স ১ জানুৱাৰী, ২০২২লৈ ২১ৰপৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৰ্থাৎ প্ৰাৰ্থীৰ জন্ম ২ জানুৱাৰী, ১৯৯২ৰ পিছত আৰু ১ জানুৱাৰী, ২০০১ৰ আগত হ’ব লাগিব।

লগতে পঢ়ক পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

আবেদন মাচুল হিচাপে এছচি, এছটি আৰু দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০০ টকা পৰিশোধ কৰাৰ বিপৰীতে সাধাৰণ, অ’বিচি আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৮৫০ টকা আৰবিআই-ক অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব।

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্ৰেণী, নিযুক্তি প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ আৰবিআইৰ ৱেবছাইট www.rbi.org.in আৰু https://opportunities. rbi.org.in/scripts/ roles.aspx লগ-ইন কৰিব পাৰে। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ FDIC ১৮ এপ্রিল, ২০২২।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamrbiRBI recruitment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

September 17, 2026
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?
অসম

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…
বিনোদন

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

September 17, 2026
Next Post
অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

অসম আৰক্ষীত ৫৪০ টা পদ মুকলি : আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.