• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

3 months ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

1 hour ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

2 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

3 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

4 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

5 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

7 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

7 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

8 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

editor by editor
April 5, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমুখ সমৰত নামিব পাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ৷

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে দুয়োগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ পদৰ দাবীদাৰ হ’ব পাৰে৷ এই দাবী কৰিছে কলকতাস্থিত এক সংবাদ পত্ৰই৷

দ্য টেলিগ্ৰাফৰ এক বাতৰিৰ মতে ভাৰতীয় ক্ৰিকেট কাউন্সিলৰ দুই শীৰ্ষ বিষয়ববীয়াই ICCৰ অধ্যক্ষ পদৰ বাবে মুখামুখী সমৰত প্ৰবৃত্ত হ’ব পাৰে৷

 

লগতে পঢ়ক মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

উল্লেখ্য যে অহা নৱেম্বৰত ICCৰ অধ্যক্ষ গ্ৰেগ বাৰ্ক্লেৰ কাৰ্যকাল সমাপ্ত হ’ব৷ প্ৰকাশ পোৱা অনুসৰি বাক্লেই পুনৰ ICCৰ অধ্যক্ষ পদত থাকিবলৈ বিচৰা নাই৷ ২০২০ৰ নৱেম্বৰত গ্ৰেগ বাৰ্ক্লেই শশাংক মনোহৰৰ পৰা বিশ্ব ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৰ অধ্যক্ষ পদ গ্ৰহণ কৰিছিল৷

২০২২ৰ নৱেম্বৰলৈকে গ্ৰেগ বাৰ্ক্লেই ICCৰ শীৰ্ষ পদটোত অধিষ্ঠিত হৈ থাকিব৷ নৱেম্বৰত ICCৰ নতুন অধ্যক্ষই দায়িত্ব গ্ৰহণ কৰিব৷ ইয়াৰ পূৰ্বে ICCৰ অধ্যক্ষক নিৰ্বাচন কৰা হ’ব৷

 

লগতে পঢ়ক ৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে পাঁচগৰাকীয়ে ক্ৰিকেট প্ৰশাসকে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ মুখ্য পদত অধিষ্ঠিত হৈছিল৷

১৯৯৭-২০০০ কাৰ্যকালত জগমোহন ডালমিয়া, ২০১০-১২ কাৰ্যকালত শাৰদ পাৱাৰ, ২০১৪-১৫ কাৰ্যকালত এন শ্ৰীনিবাসন আৰু ২০১৫-২০ কাৰ্যকালত শশাংক মনোহৰে ICCৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbccibest news channel in assamBest news channel of assamBest News Portal in AssamICCJay Shahsaurav ganguly
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ
ভাৰত

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

July 6, 2022
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
চিনেমা

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 6, 2022
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
ভাৰত

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

July 6, 2022
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…
ভাৰত

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

July 6, 2022
Next Post
কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.