• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

4 years ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

41 minutes ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

1 hour ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

2 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

3 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

3 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

4 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

5 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

16 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

editor by editor
April 5, 2022
in উত্তৰ-পূব, ভাৰত, শিক্ষা
0
মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স তাইৰ মাত্ৰ ১২ বছৰ৷ মধ্যবিত্তীয় বিলাস বিভোৰ ভাষাত পখিলা খেদাৰ বয়স! কিন্তু সেই বয়সত এই শিশুটিয়ে পিতৃ মাতৃৰ জীৱন সংগ্ৰামৰ অংশীদাৰ হৈছে৷

কোলাত কণমানি ভগ্নীক লৈ শ্ৰেণী কোঠাত শিক্ষাগ্ৰহণ কৰিছে৷ এই ছবিখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷ মানুহৰ হৃদয় বিগলিত হৈ পৰিছে!

শিশুটিৰ নাম মেইনিংচিনলিউ পামেই৷ মণিপুৰৰ এখন পাহাৰৰ অতি প্ৰত্যন্ত এটা বস্তিৰ শিশু তাই৷ দৰিদ্ৰ শিশুটিৰ পিতৃ মাতৃয়ে দিনৰটোৰ বাবে কৃষি পথাৰলৈ ওলাই যায়৷ সেয়ে তাই কণমানি ভগ্নীক কোলাত লৈ শ্ৰেণীত কোঠাত পাঠ গ্ৰহণ কৰে৷

লগতে পঢ়ক ‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

এই ফ’টোখন ভাইৰেল হোৱাৰ পিছতে শিশুগৰাকীৰ দায়িত্ববোধ, দৰিদ্ৰতাৰ বিষয়ে আলোচনা চলিল৷ অদম্য ইচ্ছাশক্তি, অদম্য সাহস আৰু কষ্টসহিষ্ণুতাই চৰ্চা লাভ কৰিলে৷ কিন্তু মূল তথা মৌলিক সমস্যাটোক যেন কোনেও স্পৰ্শই নকৰিলে!

অৰ্থাৎ দেশে স্বাধীনতা লাভৰ সাতটা দশকৰ পিছতো সেই পৰিয়ালটোৱে, সেই শিশুগৰাকীয়ে কিয় এইদৰে শিক্ষাগ্ৰহণ কৰিবলৈ বাধ্য হৈছে সেই মৌলিক সমস্যাটোৰ আদিমূলক লৈ কোনেও প্ৰশ্ন নকৰিলে!

সচৰাচৰ চলি অহাৰ দৰেই  ইয়াৰ পিছতে মণিপুৰৰ শিক্ষামন্ত্ৰী বিশ্বজিৎ সিঙে শিশুটিৰ স্নাতক পৰ্যায়লৈকে শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ পিছতে সংবাদ মাধ্যমত শিক্ষামন্ত্ৰীগৰাকীৰ মহানুভৱতাক লৈ বাতৰিৰ প্ৰয়োভৰ৷ কিন্তু চৰকাৰী দায়িত্ববোধৰ বিষয়ে প্ৰশ্ন কোনেও কৰিবলৈ আহৰি নাপালে!

লগতে পঢ়ক  অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

শিক্ষা মন্ত্ৰী সিঙে পৰিয়ালটোৰ সন্ধান কৰি ৰাজধানী ইম্ফললৈ নিমন্ত্ৰণ কৰি তেওঁলোকক সাক্ষাৎ কৰে৷ সেই সাক্ষাতৰ পিছতে শিক্ষা মন্ত্ৰী সিঙে শিশুটিৰ শিক্ষাৰ দায়িত্ব লোৱাৰ কথা নিজৰ টুইটাৰ হেণ্ডেলত ঘোষণা কৰিছে৷

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী বিশ্বজিৎ সিঙে উক্ত ফ’টোখন টুইটাৰত শ্বেয়াৰ কৰি কয় যে ‘‘তাইৰ শিক্ষা গ্ৰহণৰ প্ৰতি থকা আগ্ৰহে মোক আচৰিত কৰি তুলিছে! টামেংলঙৰ ডাইলং প্ৰাথমিক বিদ্যালয়ৰ মেইনিংচিনলিউ পামেই নামৰ এই ১২ বছৰীয়া ছোৱালীজনীয়ে তাইৰ ভনীয়েকক লৈ স্কুলত পঢ়িবলৈ পঢ়ে। পিতৃ–মাতৃ পথাৰত কাম কৰিবলৈ যায়। মই ছ’চিয়েল মিডিয়াত এই বাতৰিটো প্ৰত্যক্ষ কৰাৰ লগে লগে, আমি তাইৰ পৰিয়ালক বিচাৰি উলিয়াওঁ আৰু তেওঁলোকক তাইক ইম্ফললৈ আনিবলৈ কওঁ। তাইৰ পৰিয়ালৰ সৈতে কথা পাতিছিল যে তাই স্নাতক নোহোৱালৈকে মই ব্যক্তিগতভাৱে তাইৰ শিক্ষাৰ যত্ন লম। তাইৰ সমৰ্পণৰ বাবে গৌৰৱান্বিত!’’

লগতে পঢ়ক পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

গৌৰৱান্বিত শিক্ষামন্ত্ৰীগৰাকীৰ এই ঘোষণাই সকলোকে আশ্বস্ত কৰি তুলিলেও কোনেও ৰাষ্ট্ৰৰ ব্যৱস্থাগত ব্যৰ্থতাৰ প্ৰশ্ন উত্থাপন কৰা নাই৷ এই দৃশ্য কেৱল মণিপুৰৰ সেই নিৰ্দিষ্ট গাঁওখনৰে নহয়, স্বাধীনতাৰ সাতটা দশকৰ পিছতো দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰত্যন্তৰ গাঁওবোৰত এই দৃশ্য সুলভ৷

অসমৰ বাগান, অতি প্ৰত্যন্তৰ গাঁও, জনজাতীয় গাঁও, ছত্তিশগড়, ওড়িশা, ঝাৰখণ্ড আনকি উত্তৰ ভাৰত, দক্ষিণাত্যৰ বহু জনজাতীয় গাঁৱত এই দৃশ্য তেনেই সুলভ৷ এই দৃশ্যসমূহ কিয় সুলভ সেই প্ৰশ্নও কোনেও উত্থাপন কৰা নাই৷ সাতটা দশকত তেওঁলোকৰ এই মৌলিক সমস্য সমাধানৰ বাবে ৰাষ্ট্ৰই কি কৰিলে তাৰ প্ৰশ্নও কোনেও কৰা নাই৷

স্বাধীনতাৰ সাতটা দশক পাৰ হৈ যোৱাৰ পিছতো দেশত শিশুৱে কোলাত কণমানি ভাতৃ বা ভগ্নীক লৈ শ্ৰেণীকক্ষত শিক্ষাগ্ৰহণ কৰিবলগীয়া হোৱা দৃশ্যত হৃদয় বিগলিত হোৱাতকৈ নাগৰিক সমাজৰ বাবে এই মৌলিক প্ৰশ্নটোৰ কৰা উচিত নাছিল নে? আৰু নাগৰিক সমাজে এই প্ৰশ্ন নকৰাৰ বাবেই মৌলিক সমস্যাটোৰ সন্মুখীন নহৈ মণিপুৰৰ শিক্ষামন্ত্ৰীয়ে পলায়ন কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে নেকি? এই প্ৰশ্নসমূহ সুধী সমাজে কৰাৰ প্ৰয়োজন নাছিল নে?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza kahabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMonipur viral girl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
Next Post
এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.