• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

5 years ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

44 minutes ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

1 hour ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

1 hour ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

9 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

9 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

10 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

10 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

11 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

12 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

13 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

13 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

editor by editor
April 4, 2022
in বিশ্ব, ৰাজনীতি
0
‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কপালৰ ফুট কাণ্ডই বাংলাদেশৰ ৰাজধানী ঢাকা উত্তাল কৰি ৰাখিছে৷ সাধাৰণ লোকৰ পৰা বিশিষ্ট ব্যক্তিলৈকে প্ৰতিবাদ সম্প্ৰসাৰিত হৈছে৷

সাধাৰণ জনতাই দেশৰ ৰাজধানীৰ ৰাজপথত কৰা এই প্ৰতিবাদৰ সৈতে চামিল হৈছে বাংলাদেশৰ নিৰ্বাসিত প্ৰসিদ্ধ লেখিকা তছলিমা নাছৰিণে৷

নাছৰিণে টুইটাৰত পুৰুষসকলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে চৰমভাৱে তাচ্ছিল্যও কৰা দেখা গৈছে৷ নিজৰ টুইটাৰ হেণ্ডলত নিৰ্বাসিত বাংলাদেশী লেখিকাগৰাকীয়ে কয় যে পুৰুসকলে কপালত ফুট লোৱাটো দূৰৰে কথা তেওঁলোকৰ পোছাকেই নাই৷

লগতে পঢ়ক কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

নাৰীসকল বিভিন্ন পোছাকেৰে সমৃদ্ধ বুলি প্ৰকাশ কৰি তছলিমা নাছৰিণে কয় যে মুছলমান পুৰষে স্বৰ্গ লাভৰ লোভত থেতেলিয়াই থেতেলিয়াই নিজৰ কপাল ক’লা কৰি ফুট সৃষ্টি কৰিবলগীয়া হৈছে৷

‘‘ফুট ফুট ফুট৷ ছোৱালীবোৰে কিমান যে পোছাক পৰিধান কৰিব পাৰে! ল’ৰাবোৰ দুখীয়া, তেওঁলোকৰ পিন্ধিবলৈ একোৱেই নাই৷ তোমালোকে বিভিন্ন ধৰণৰ অলংকাৰ, শাৰী, মিনি স্কাৰ্ট, হাই হিল, আনকি টপো পিন্ধিব নোৱাৰা৷’’ কপালত ফুট লৈ থকা দুখনমান ফ’টো শ্বেয়াৰ কৰি তছলিমা নাছৰিণে পুৰুষসকলক এইদৰে তীব্ৰ ভাষাৰে কটাক্ষ কৰিছে৷

উল্লেখ্য যে বাংলাদেশৰ ৰাজধানী ঢাকাৰ তেজগাঁও মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী লতা সমাদ্দাৰক কৰ্তব্যৰত চৰকাৰী বিষয়াই কপালত ‘কিয় ফুট’ লৈছে বুলি প্ৰশ্ন কৰি অত্যাচাৰ কৰিছিল৷

লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

কেৱল ইমানেই নহয় শিক্ষয়িত্ৰীগৰাকীক বিষয়াজনে অপমান কৰি তেওঁৰ ভৰিৰ ওপৰেৰে বাহন চলাই নিছিল যাৰফলত শিক্ষয়িত্ৰীগৰাকীয়ে ভৰিটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

ইয়াৰ পিছতে দেশখনৰ ৰাজধানী চহৰখন প্ৰতিবাদত উত্তাল হৈ উঠিছে৷ ৰাজধানী চহৰখনৰ সাধাৰণ লোকে শিক্ষয়িত্ৰী লতা সমাদ্দাৰক সমৰ্থন কৰাৰ লগতে কপালত ফুট লোৱাতোকো সমৰ্থন কৰা দেখা গৈছে৷

ঘটনাটো সংঘটিত হোৱাৰ পিছতে শ্বেৰ-ই-বাংলা নগৰ আৰক্ষীয়ে সাধাৰণ গোচৰ ৰুজু কৰিছিল যদিও প্ৰতিবাদত হেও মানি আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ বাধ্য হৈছে৷

তেজগাঁও অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰুবাইয়ত জামানে কয় যে ঘটনাটো গুৰুত্ব সহকাৰে লোৱা হৈছে৷ অপ্ৰত্যাশিত ঘটনাটোত জড়িত অভিযুক্ত কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assambest news portal news portal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.