• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

4 years ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

22 minutes ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

2 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

14 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

14 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

14 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

15 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

15 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

16 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

18 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

19 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

20 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

editor by editor
April 4, 2022 - Updated on April 5, 2022
in বিবিধ, বিশ্ব
0
এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ
0
SHARES
465
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এহাল কানাডিয়ান প্ৰেমাষ্পদে এটা ‘জীৱন্ত ডাইন’ছৰ’ ধৰিছে৷ কানাডাৰ এলবাৰ্টাৰ এজন লোকে বৰশীৰে ধৰিছে ১৫৯ কিলোগ্ৰাম ওজনৰ এটা ‘জীৱন্ত ডাইন’ছৰ’৷

বৰশীৰে ‘জীৱন্ত ডাইন’ছ’ ধৰা কাডানিয়ান লোকজনৰ নাম হৈছে ব্ৰায়েডেন ৰৌছ৷ সপ্তাহান্তৰ উদযাপনৰ সময়ত নদীত বৰশী টোপাই থকাৰ সময়তে লোকজনৰ বৰশীত ধৰে এটা প্ৰকাণ্ড ট্ৰিয়াছিক যুগৰ পৰাই উপলব্ধ এটা মাছে৷

লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

চিটিভি নিউজ-এ প্ৰকাশ কৰা মতে সপ্তাহান্তত ৰৌছে শীতৰ উদযাপনৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই গৈছিল৷ সেই সময়ত ৰৌছে ভাগ্য পৰীক্ষাৰ বাবে প্ৰেমিকা চিডনী ক’জেলেঙ্কাৰ সৈতে তিনিঘণ্টা সময় ফ্ৰেছাৰ নদীত নাওৰে বৰশী টোপাবলৈ ধৰে৷

তেনেতে তেওঁলোকৰ বৰশীত প্ৰকাণ্ড মাছটোৱে ধৰে৷ ‘‘বৰশীত মাছটোৱে ধৰাৰ পিছত নদীৰ মাজত ২৫ মিনিট ধৰি যুঁজ বাগৰ কৰো৷ আৰু শেষত আমি তাক ধৰিবলৈ সক্ষম হওঁ৷’’ তেওঁলোকে কয়৷

অৱশ্যে প্ৰেমিক যুগলে পিছত মাছটো পুনৰ নদীত এৰি দিয়ে৷

লগতে পঢ়ক পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

উল্লেখ্য এই প্ৰকাণ্ড মাছটো আজিৰ পৰা ২৪৫-২০৮ নিযুত বছৰ পূৰ্বৰ পৰাই পৃথৱীত উপলব্ধ এই মাছবিধৰ এতিয়া বিশেষ শাৰীৰিক পৰিৱৰ্তন হোৱা নাই৷

ট্ৰিচাৰট’পছ নামৰ এই প্ৰকাণ্ড মাছবিধক ‘জীৱন্ত ডাইন’ছ’ৰ বুলি কোৱা হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamliving dinosaurtriceratops
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
Next Post
‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.