• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

4 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

8 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

8 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

9 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

9 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

10 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

11 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

11 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

12 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

13 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

14 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

14 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

editor by editor
April 4, 2022
in চিনেমা, ভাৰত
0
দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!
0
SHARES
909
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সমকামী অপৰাধমূলক মুক্তি পাবলগীয়া ছবি হৈছে ‘ডেঞ্জাৰাৰ্ছ’৷ নিৰ্মাণ কৰিছে বলিউদৰ অপৰাধমূলক ছবি পৰিচালক ৰামগোপাল বাৰ্মাই৷

ছবিখনৰ পোষ্টাৰ প্ৰকাশ পোৱাৰ পিছতে চলচ্চিত্ৰমোদীৰ মাজত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে৷

বহুতৰ মনত প্ৰশ্নৰ উদয় হৈছে দুগৰাকী সমকামী নাৰীৰ উষ্ণ যৌনতাৰ প্ৰদৰ্শনেই এই ছবিৰ মূল উপজীৱ্য নেকি? কেৱল সমকামীত্ব উদযাপনৰ মুহূৰ্তবোৰ প্ৰকাশৰ বাবেই নেকি এই ছবি? ইয়াত সমকামীসকলৰ ৰাজনৈতিক, সামাজিক আৰু শ্ৰেণীগত মৌলিক সমস্যাসমূহে প্ৰাধান্য পাইছে নে? চলচ্চিত্ৰ মোদীৰ মাজত এইসমূহ প্ৰশ্নই দোলা দি আছে৷

লগতে পঢ়ক এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

অৱশ্যে ছবিখনৰ পৰিচালক ৰামগোপাল বাৰ্মাই এই প্ৰশ্নসমূহৰ উত্তৰ দিছে৷ তেওঁৰ মতে ‘ছবিখন কেৱল ক্ৰাইম ড্ৰামা’ই নহয়৷ ঘটনাক্ৰমেহে ছবিখনত প্ৰেমৰ উপস্থিতি আছে৷

এক বিশেষ সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত পৰিচালক বাৰ্মাই কয়, ‘‘এইটো তেনেই সাধাৰণ কথা, সাহসৰ কি কথা আছে! মানুহে বুজিব লাগিব যে সমলিংগ লোকৰ প্ৰেম অপৰাধ নহয়, ই এক স্বাভাৱিক প্ৰক্ৰিয়া হয়৷’’

ছবিখনৰ পোষ্টাৰত দেখা গৈছে দুই নায়িকাৰ জলকেলি, গভীৰ চুম্বন আৰু যৌনতাৰ৷ যিয়ে দৰ্শকৰ মাজত উৎসাহবোধ জন্ম দিয়াৰ পৰিলক্ষিত হৈছে৷

লগতে পঢ়ক হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?

কিন্তু এই সম্পৰ্কে পৰিচালক বাৰ্মাই কয় যে ‘‘ভালপোৱাই মূল কথা৷ সমকামী প্ৰেম বা অসম প্ৰেম গুৰুত্বপূৰ্ণ নহয়৷’’ অপৰাধ মোকাবিলা কৰিবলৈ গৈ তেওঁ ছবিখনত এটা প্ৰেমৰ কাহিনী ক’বলৈহে চেষ্টা কৰিছে৷

ৰামগাপোল বাৰ্মাৰ এই ছবিখনত অভিয়ন কৰিছে ‘চৰিত্ৰহীন’ ৱেব ছিৰিজৰ অভিনেত্ৰী বংগৰ নায়িকা নয়না গঙ্গোপাধ্যায়ে৷ ছবিখন চলিত মাহৰ ৮ তাৰিখে সমগ্ৰ দেশতে মুক্তি লাভ কৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood filmDangerousRam Gopal Barma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
Next Post
৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.