• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

4 years ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

9 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

9 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

10 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

10 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

11 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

13 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

14 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

14 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

15 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

15 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

17 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

editor by editor
April 5, 2022
in চিনেমা, বিবিধ
0
৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ অভিনেতা চংকী পাণ্ডেৰ কন্যা তথা বলিউদৰ নৱউত্থিত অভিনেত্ৰী অন্যন্যা পাণ্ডে আৰু  অভিনেতা ইশান খাট্টাৰৰ তিনি বছৰীয়াৰ সম্পৰ্কৰ যতি পৰিছে৷

সূত্ৰ অনুসৰি দুয়োগৰাকী নৱ উত্থিত তাৰকাই বুজাপৰাৰ মাজেৰে তেওঁলোকৰ তিনি বছৰীয়া সম্পৰ্কৰ যৱনিকা পেলাইছে৷

দুয়োৰে বিচ্ছেদে অনুৰাগীক দুখিত কৰি তুলিলেও তেওঁলোক ভৱিষ্যতে বন্ধুত্ব অটুট ৰাখিব বুলিও ঘোষণা কৰিছে৷

লগতে পঢ়ক ‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

উল্লেখ্য যে আজিৰ পৰা তিনি বছৰৰ পূৰ্বে খালী পিলিৰ চেটৰ পৰাই দুয়োৰে সম্পৰ্কৰ আৰম্ভণি ঘটিছিল৷ তেতিয়াই পৰাই দুয়োৱে ছুটি উদযাপন কৰিবলৈ যোৱা বিভিন্ন ফ’টো সামাজিক মাধ্যমৰ বিভিন্ন চাইটত ভাইৰেল কৰি আহিছিল৷

পিংক ভিল্লাৰ প্ৰতিবেদনত কোৱা হৈছে যে খালী পিলিত সম্পৰ্কত বান্ধ খোৱা প্ৰেমিক যুগলে এতিয়া নতুন যাত্ৰা আৰম্ভ কৰিছে৷ তিনি বছৰ সম্পৰ্কত থকাৰ পিছত তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে৷ তেওঁলোকে বুজাপৰাৰ মাজেৰে এই সিদ্ধান্ত লৈছে৷

লগতে পঢ়ক এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

‘‘পৃথক হ’লেও তেওঁলোকৰ বন্ধুত্ব অটুট থাকিব৷ তেওঁলোকে দুয়োৱে অনুভৱ কৰিছে যে তেওঁলোকৰ দৃষ্টিভংগীও কিছু পৃথক পৃথক, সেয়ে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে৷’’ অন্য এক সূত্ৰই কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ananya Pandayasom live 24assam ka tazza khabarassam live 24 digitalaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood actressIshaan Khatter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
Next Post
মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.