• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

4 years ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

20 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

1 hour ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

editor by editor
April 5, 2022
in বিশ্ব, ৰাজনীতি
0
এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে এইবাৰ এছিয়াত বাজিব পাৰে যুদ্ধৰ দামামা! এছিয়াৰ দুই চিৰ বৈৰী ৰাষ্ট্ৰ উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক এই হুংকাৰ দিছে৷

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ ভগ্নী কিম ইয়ো জঙে দক্ষিণ কোৰিয়াক পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰিছে৷

দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ এক ইঞ্চিও মাটি দখলৰ দুঃসাহস কৰিলেই উত্তৰ কোৰিয়াই চিৰ বৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াক পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰি তচনচ কৰিব৷

লগতে পঢ়ক ৩ বছৰীয়া সম্পৰ্কৰ শেষ! অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

ইমানেই নহয় এটা মুহূতৰ্তে দক্ষিণ কোৰিয়াক সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰি পেলাব বুলিও হুংকাৰ প্ৰদান কৰিছে কিম ইয়ো জঙে৷

চলিত মাহতে উত্তৰ কোৰিয়াই মহাশক্তিধৰ ক্ষেপণাস্ত্ৰ পৰীক্ষামূলক প্ৰয়োগ কৰিবলৈ সাজু হৈছে৷ পিয়ংইয়ঙৰ এই প্ৰস্তুতিৰ পূৰ্বে শাসক কিম জঙৰ ভগ্নীয়ে দক্ষিণ কোৰিয়াক এই ভাবুকি প্ৰদান কৰাটোৱে এছিয়াৰ উক্ত অঞ্চলটোত যুদ্ধৰ উত্তেজনা বৃদ্ধি কৰিছে৷

উল্লেখ্য যে যোৱা সপ্তাহত দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চুহ হুকে উত্তৰ কোৰিয়াৰ হাতত অত্যাধুনিক ক্ষেপণাস্ত্ৰ ভাণ্ডাৰ আছে বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা দেখা গৈছে৷

লগতে পঢ়ক দুই নায়িকাৰ জলকেলি, চুম্বনসহ গভীৰ যৌনতা : ‘ডেঞ্জৰাছ’ৰ জুইত দ্বগ্ধ হওক আপুনি!

‘‘যদি দক্ষিণ কোৰিয়াৰ সেনাই আমাৰ এক ইঞ্চিও মাটি দখল কৰাৰ চেষ্টা কৰে, তেনে তাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব৷ কি ঘটিব পাৰে সেয়া ছিউলে ভাবিবও নোৱাৰিব৷’’ ইয়ো জঙে কয়৷

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে ইয়ো জঙৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে যদি দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ সৈতে সংঘাতত লিপ্ত হ’বলৈ বিচাৰিছে তেনে পৰমাণু অস্ত্ৰৰ আক্ৰমণৰ বাবে সাজু থাকিব লাগিব৷

লগতে পঢ়ক ‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

উল্লেখ্য যে কিম জং উনৰ ভগ্নী কিম ইয়ো জঙৰ ভাতৃৰ পিছতে উত্তৰ কোৰিয়াত সৰ্বাধিক ক্ষমতাশালী ব্যক্তি৷ দক্ষিণ কোৰিয়াৰ সৈতে উত্তৰ কোৰিয়াৰ সম্পৰ্ক কেনে ধৰণৰ হ’ব সেয়া কিম জঙৰ ভগ্নী ইয়ো জঙৰ ওপৰতেই নিৰ্ভৰ কৰে৷

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই ক্ৰমশঃ ভয়াৱহ ৰূপ লোৱাৰ লগতে বিশ্বৰ অৰ্থনীতি শোচনীয় হৈ পৰাৰ সময়তে এছিয়াতো বাজিবলৈ ধৰা যুদ্ধ দামামাই বিশ্ববাসীক চিন্তিত কৰি তুলিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkim jong-unKim Yo Jongnorth koreaSouth Korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

সমুখ সমৰত BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ!

কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.