• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

4 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

10 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

10 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

11 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

11 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

12 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

13 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

14 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

14 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

15 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

16 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!

editor by editor
April 5, 2022
in বিশ্ব, সংগীত
0
কণ্ঠশিল্পীৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টিত উদ্দাম নৃত্য অনুৰাগীৰ!
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তাহান্তত এগৰাকী ৰেপ সংগীতজ্ঞৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টি উদযাপন কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

উল্লেখ্য যে ২৪ বছৰীয়া ৰেপাৰ গৌনিউ নামৰ শিল্পীজনক কিছুদিন পূৰ্বে কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল৷

শিল্পীগৰাকীৰ শৱ সৎকাৰ কৰাৰ পূৰ্বে তেওঁৰ অনুৰাগীসকলে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ ব্লীছ নাইটক্লাৱত ‘দ্য ফাইনেল শ্ব’ নামেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিল৷

লগতে পঢ়ক এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!

ৰেপাৰ গৌনিউৰ সম্পূৰ্ণ সাজ পোছাক পৰিধান কৰোৱাই মৃতদেহটো মঞ্চৰ কেন্দ্ৰস্থলত ৰাখি অনুৰাগীসকলে গানৰ তালে তালে উদ্দাম নৃত্য কৰা দেখা গৈছে৷

এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এটা মৃতদেহক আগত লৈ এইদৰে ৰেপ সংগীতৰ তালে তালে উদ্দাম নৃত্য পৰিৱেশন কৰাটোক বিশ্বৰ সংবাদ মাধ্যমত যথেষ্ট বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

লগতে পঢ়ক মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ

অৱশ্যে অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক শেষ বিদায় জনাবলৈহে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি প্ৰকাশ কৰিছে৷

ইফালে পৰিয়ালৰ লোকে ধন লুটকাৰী ডকাইটে গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ কৰিছে৷ ৰেপাৰ গৌনিউৰ প্ৰকৃত নাম হৈছে মাৰ্কেলে মাৰ’উ৷ আৰক্ষীয়ে তেওঁৰ হত্যাকাৰীৰ সন্ধান দিয়া লোকক ২৫ হাজাৰ মাৰ্কিন ড’লাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMarkelle MorrowRapper Goonew
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
Next Post
মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

মোক্ষম আঘাত লাভ ৰাছিয়াৰ : ৩০ গৰাকী ৰুছ ৰাষ্ট্ৰদূতক বহিষ্কাৰ

পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকা : গাদী হেৰুওৱাব নেকি প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষেই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.