• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

4 years ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

2 minutes ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

38 minutes ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

2 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

3 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

10 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

11 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

11 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

12 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

12 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

13 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

editor by editor
April 4, 2022
in অসম, বিশ্ব, ভাৰত
0
কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ দিনটো অৰ্থাৎ ৪ এপ্ৰিল বিশ্বৰ লগতে পাকিস্তানৰ ইতিহাসৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ দিন। প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ওপৰত হোৱা আক্ৰমণৰ লগতে আজিৰ দিনটোতে পাকিস্তানৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীক ফাঁচী দিয়া হৈছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোক বিৰোধী ৰাজনৈতিক নেতাক হত্যা কৰাৰ অভিযোগত ফাঁচি দিয়া হৈছিল৷ এতিয়াৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰক উৎখাত কৰা বিৰোধী দলৰ এগৰাকী অন্যতম নেতা বিলাৱল ভুট্টোৰ ককাক আছিল জুলফিকৰ আলী ভুট্টো৷

১৯৭৯ চনৰ ৪ এপ্ৰিলত পাকিস্তানৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোক সামৰিক শাসনে ৰাৱালপিণ্ডি কাৰাগাৰত ফাঁচী দিয়ে। ফাঁচী দিয়াৰ মাত্ৰ দুবছৰ আগলৈকে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল।

লগতে পঢ়ক পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

দেশ আৰু বিশ্বৰ ইতিহাসত ৪ এপ্ৰিলৰ ইতিহাস কি?

১৮৫৮ চনৰ ৪ এপ্ৰিলত ব্ৰিটিছ সেনাৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰামৰ পিছত ঝান্সিৰ ৰাণী লক্ষ্মীবাই ঝান্সি এৰিব লগা হয়।

৪ এপ্ৰিলত দ্বিতীয় বিশ্বযুদ্ধৰ টাৰ্ণিং পইণ্ট বুলিও কোৱা হয়৷ ‘কোহিমাৰ যুদ্ধ’ ১৯৪৪ চনৰ আজিৰ দিনটোতে আৰম্ভ হৈছিল, যিয়ে দক্ষিণ পূৱ এছিয়াত জাপানৰ আগ্ৰাসন স্তব্ধ কৰিছিল।

লগতে পঢ়ক মহিলাসহ কন্যা শিশুক ধৰ্ষণ ৰুছ সেনাৰ : দাহন কৰিও অত্যাচাৰ ইউক্ৰেইনৰ মহিলাক!

আনকেইটামান বিশেষ উল্লেখযোগ্য ঘটনা —

১৭৬৮ – ফিলিপ এছলীয়ে আধুনিক চাৰ্কাছৰ প্ৰথম প্ৰদৰ্শনীৰ আৰম্ভ কৰা হয়।

১৭৬৯ – হাইদৰ আলীয়ে প্ৰথম এংলো-মহীশূৰ যুদ্ধত শান্তিৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰে।

১৮১৮ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাক অনুমোদন জনায়।

১৮৫৮ – হুগ ৰছৰ নেতৃত্বত ব্ৰিটিছ সেনাৰ বিৰুদ্ধে হোৱা ভয়ংকৰ যুদ্ধৰ পিছত ৰাণী লক্ষ্মীবাই ঝান্সি ত্যাগ কৰিবলৈ বাধ্য হয়। তাই প্ৰথমে কালপিলৈ আৰু তাৰ পিছত গোৱালিয়ৰলৈ পলায় গৈছিল।

লগতে পঢ়ক শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

১৯০৪ – হিন্দী চলচ্চিত্ৰৰ হাৰ্দিল আজিজ গায়ক আৰু শিল্পী কুন্দন লাল চেহগলৰ জন্ম।

১৯০৫ – ভাৰতৰ কাংৰা উপত্যকাত হোৱা ভূমিকম্পত ২০,০০০ লোকৰ মৃত্যু হয়।

১৯১০ – শ্ৰী অৰবিন্দ পুডুচেৰীত উপস্থিত হয় যি পিছলৈ তেওঁৰ ধ্যান আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰবিন্দু হৈ পৰে।

১৯৪৪ – দ্বিতীয় বিশ্বযুদ্ধত বুখাৰেষ্টত এংলো-আমেৰিকান সেনাই তেল শোধন প্ৰকল্পত প্ৰথম বোমা বিস্ফোৰণ কৰি তিনি হাজাৰ নাগৰিকক হত্যা কৰে।

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

১৯৬৮ – মাৰ্টিন লুথাৰ কিংক টেনেচীৰ মেমফিছত হত্যা কৰা হয়।

১৯৬৮ – নাছাই এপ’ল’ ৬ উৎক্ষেপণ কৰে।

১৯৭৫ – বিল গেটছ আৰু পল এলেনৰ মাজত অংশীদাৰীত্বত মাইক্ৰছফ্ট নিউ মেক্সিকোৰ আলব্বাৰ্কত প্ৰতিষ্ঠা কৰা হয়।

১৯৭৯ – পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জুলফিকৰ আলী ভুট্টোক মৃত্যুদণ্ড দিয়া হয়।

১৯৮৩ – স্পেচ শ্বাটল চেলেঞ্জাৰে ইয়াৰ প্ৰথম উৰণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
Next Post
এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.