• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

4 years ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

20 minutes ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

1 hour ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

9 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

9 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

10 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

10 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

11 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

12 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

12 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

14 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

editor by editor
April 4, 2022
in অপৰাধ, অসম
0
শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ
0
SHARES
280
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ অসম আৰক্ষীৰ অভিযুক্তলৈ গুলীবৰ্ষণ৷ এইবাৰ শিশু ধৰ্ষণকাৰী এগৰাকী অভিযুক্তক এনকাউণ্টাৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৯ বছৰীয়া শিশু ধৰ্ষণকাৰী মহিম শৰ্মা নামৰ ৫৬ বছৰীয়া অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰে৷

উল্লেখ্য যে মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মহিম শৰ্মা নামৰ ৫৬ বছৰীয়া লোকজনৰ বিৰুদ্ধে এগৰাকী কণমানি শিশু কন্যাক ধৰ্ষণৰ অভিযোগ উঠিছিল৷

লগতে পঢ়ক দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

ইয়াৰ পাছতে স্থানীয় ৰাইজে লোকজনক কৰায়ত্ত কৰি মুখত চূণ সানি, চেন্দেলৰ মালা পিন্ধাই উত্তম মধ্যম দি গাঁৱত ঘূৰাই ফুৰে৷ পিছত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জিনজিয়া আৰক্ষী উপস্থিত হৈ অভিযুক্ত মহিম শৰ্মাক থানালৈ লৈ আনে৷

দেওবাৰে নিশা অভিযুক্ত মহিম শৰ্মাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷

লগতে পঢ়ক চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মাজনিশা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে অভিযুক্ত মহিম শৰ্মালৈ গুলীচালনা কৰে ৷

এখন ভৰিত গুলী লগা বলাৎকাৰী মহিম শৰ্মাক নিশাই তেজপুৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam police encounteraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchild rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…
অপৰাধ

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

August 21, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
Next Post
মহিলাসহ কন্যা শিশুক ধৰ্ষণ ৰুছ সেনাৰ : দাহন কৰিও অত্যাচাৰ ইউক্ৰেইনৰ মহিলাক!

মহিলাসহ কন্যা শিশুক ধৰ্ষণ ৰুছ সেনাৰ : দাহন কৰিও অত্যাচাৰ ইউক্ৰেইনৰ মহিলাক!

পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.