• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

4 years ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

33 minutes ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

1 hour ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

3 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

3 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

4 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

5 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

6 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

7 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

8 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

9 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

editor by editor
April 2, 2022
in স্বাস্থ্য
0
চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক
0
SHARES
524
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চকু হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংশ। আৰু মানুহৰ চকুৰ ওপৰতেই আটাইতকৈ বেছি হেঁচা পৰে৷

অফিচত দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ স্ক্ৰীণলৈ চাই থকা, সঘনাই জুম মিটিং কৰা, ম’বাইলৰ অত্যাধিক ব্যৱহাৰ আদি সকলো ক্ষেত্ৰতে আটাইতকৈ বেছি চাপ চকুৰ ওপৰত পৰে। সেয়ে চকুৰ সুৰক্ষাৰ বাবে বিশেষ যত্ন লোৱা দৰকাৰ৷

যিদৰে চিকিৎসকে আপোনাক শৰীৰটো স্বাস্থ্যৱান ৰাখিবলৈ বিভিন্ন ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে, ঠিক তেনেদৰে চকুৰো পৃথকে যত্ন লোৱাটোও প্ৰয়োজনীয়। চকু ভাল ৰাখিবলৈ কিছুমান বিশেষ ব্যায়াম কৰাতো অতি জৰুৰী৷

লগতে পঢ়ক সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

দৃষ্টিশক্তি ভালে ৰাখিবলৈ, চকুৰ বিষ, নিৰন্তৰ পানীৰ দৰে কিছুমান সমস্যা দূৰ কৰিবলৈ তলত উল্লেখ কৰা ব্যায়ামবোৰ কৰিব পাৰে।

১. হাতৰ তলুৱা ব্যৱহাৰ কৰক:

প্ৰায় ১০-১৫ মিনিটৰ বাবে দুয়োখন হাতৰ তলুৱা ঘঁহি দি থাকক। ঘৰ্ষণৰ ফলত হাতৰ তলুৱা দুখন কিছু গৰম হ’ব৷ এইবাৰ চকু বন্ধ কৰি গৰম তলুৱা দুখন ৰাখক। অৱশ্যে হাতৰ তলুৱাৰে চকুত হেঁচা নিদিব৷ এইদৰে আপুনি চকু দুটা অলপ গৰম কৰিব পাৰে৷ আপুনি এইদৰে দিনে ৩-৪ বাৰ কৰিব পাৰে।

লগতে পঢ়ক  এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…

২. সঘনাই চকু টিপিয়াই থকা:

প্ৰতি ৩-৪ ছেকেণ্ডত চকু টিপিয়াই থাকিলে ই চকুক বহুতো সমস্যাৰ পৰা সকাহ দিয়ে। বিশেষকৈ যদি আপুনি কম্পিউটাৰটো একেলেথাৰিয়ে চাই থাকে, তেনে এই চকুৰ ব্যায়াম কৰাতো উচিত। ১ মিনিটৰ বাবে সঘনাই চকু টিপিয়াই থকাটো এটা অতি উপকাৰী ব্যায়াম।

৩. চকু ঘূৰোৱা:

চকুবোৰ ঘূৰাই থকাতোও চকু ভালদৰে ৰখাৰ বাবে এক অতি কাৰ্যকৰী ব্যায়াম। প্ৰথমে চকুৰ মণিটো ঘড়ীৰ দিশত ৪ বাৰ ঘূৰাওক আৰু ইয়াৰ পিছত পুনৰ ঘড়ীৰ বিপৰীত দিশত ঘূৰাওক। তাৰ পিছত আপোনাৰ চকু ২-৩ ছেকেণ্ডৰ বাবে বন্ধ কৰি ৰাখিব। দিনত দুবাৰকৈ এই ব্যায়াম কৰিব। চকুৰ পেশী ভাল হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamExercise for Eyeshealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়
জীৱনশৈলী

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

July 7, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.