• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

2 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

3 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

3 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

4 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

4 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

5 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

7 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

7 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

8 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

8 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

8 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৩ এপ্ৰিল দিনটো...

editor by editor
April 3, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— বিদেশ ভ্ৰমণ শুভ দেখা যায় যদিও সাৱধানে যোৱা উচিত৷ পিতৃৰ অনুকূল৷ শুভ ৰং হালধীয়া৷

বৃষ— শিল্প-কলাবিদৰ আগ্ৰহ বৃদ্ধি৷ চাকৰিয়ালৰ মধ্যম৷ ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব৷ প্ৰেমত অশান্তি৷

মিথুন— ঘৰুৱাত কিছু পৰিমাণে অশান্তি থাকিব৷ ৰাজনীতিত থকা লোকসকলৰ সময়খিনি কঠিন৷ প্ৰেমত মধ্যম৷

SEE MORE: অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

কৰ্কট— ব্যয় বৃদ্ধি৷ শৰীৰ ঠিকেই থাকিব৷ বিদ্যাত ভাল দেখা নাযায়, চেষ্টাৰ দৰকাৰ৷ প্ৰেমত মধ্যম৷

সিংহ— ব্যৱসায়ত পূৰ্বতকৈ ভাল দেখা যায়৷ নতুন কোনো আঁচনি হাতত নোলোৱাটোৱে ভাল৷ প্ৰেমত মধ্যম৷

কন্যা— আইনী সমস্যা সমাধান হ’ব৷ ঘৰত অশান্তিৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ প্ৰেমত শুভ৷

SEE MORE: সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

তুলা— দিনটোত আৰ্থিক ক্ষেত্ৰ সমান৷ সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক৷ কৰ্মপ্ৰাৰ্থীয়ে ধৈৰ্যৰ কাম হাতত লোৱা ভাল৷

বৃশ্চিক— মাতৃৰ শৰীৰক লৈ চিন্তা হ’ব পাৰে৷ সামাজিক কিবা কামত জড়িত হ’ব পাৰে৷ বন্ধুবৰ্গৰ পৰা সহায় লাভ৷

ধনু— স্বাস্থ্য ঠিকেই থাকিব৷ আত্মীয়ৰ আৰোগ্য লাভ৷ প্ৰেমত বাধা৷ পত্নীৰ সহযোগ লাভ কৰিব৷ প্ৰেমত অশান্তি৷

মকৰ— পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যাৱসায়ত ধন বিনিয়োগ কৰাত সাৱধান হওক৷ প্ৰেমত বিশ্বাসঘাতকতা হ’ব পাৰে৷

কুম্ভ— ওচৰ চুবুৰীয়াৰ লগত ভূমি বিবাদ হ’ব পাৰে৷ ভ্ৰমণ নকৰিব৷ প্ৰেমত অশুভ৷

মীন— কৰ্মত স্বীকৃতি লাভ আৰু সুনাম বৃদ্ধি৷ আৰ্থিকত ভাল৷ দিনটোত দাম্পত্যৰ সংঘাত৷ মাতৃৰ শৰীৰ ভাল নহয়৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.