• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

4 years ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

6 minutes ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

50 minutes ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

4 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

12 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

12 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

13 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

13 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

15 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

15 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

editor by editor
April 2, 2022
in বাণিজ্য, ভাৰত
0
সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ এক সুখবৰ কঢি়য়াই আনিছে সুৰাপায়ীসকললৈ এখন চৰকাৰৰ আৱকাৰী বভাগে৷ বিভাগে ব্যক্তিগত সুৰা বিক্ৰী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সুৰাত বজাৰৰ মূল্যতকৈ ২৫ শতাংশলৈকে ৰেহাই দিয়াত অনুমোদন জনাইছে৷

শুকুৰবাৰে দিল্লী চৰকাৰৰ আৱকাৰী বিভাগে এই অনুমোদন জনাইছে৷

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰিত দিল্লী চৰকাৰৰ আৱকাৰী বিভাগে কোভিড আচৰণবিধি উলংঘা কৰা আৰু অস্বাস্থ্যকৰ বজাৰ ব্যৱস্থাৰ বাবে দিল্লীত সুৰাৰ ২৫ শতাংশলৈকে থকা খুচুৰা বিক্ৰীৰ ৰেহাইত প্ৰতিবন্ধকতা আৰোপ কৰিছিল৷

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

শুকুৰবাৰে দিল্লীৰ আবকাৰী আয়ুক্তই জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে চৰকাৰে দিল্লী আবকাৰী নিয়ম, ২০১০ৰ নিয়ম ২০ কঠোৰভাৱে পালন কৰি দিল্লীৰ এনচিটিৰ অধিকাৰ ক্ষেত্ৰত সুৰা বিক্ৰীৰ ওপৰত এমআৰপিৰ ২৫ শতাংশলৈকে ৰেহাই দিয়াৰ অনুমতি দিয়া হৈছে।

‘‘দিল্লী আবকাৰী আইনৰ ধাৰা ৪ ৰ অধীনত আবকাৰী আয়ুক্তই নিৰ্দেশ দিছিল যে অনুজ্ঞাপত্ৰ থকা বিক্ৰেতাসকলে দিল্লীত সুৰা বিক্ৰীৰ এমআৰপিৰ সৰ্বাধিক ২৫ শতাংশলৈকে ৰেহাই দিব পাৰে,’’ নিৰ্দেশটোত এইদৰে কোৱা হৈছে।

লগতে পঢ়ক দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

অৱেশ্য, ব্যৱসায়ীসকলে অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী আৰু নিয়মাৱলী কঠোৰভাৱে পালন কৰিব লাগিব৷ যদি কোনোৱে ইয়াক উলংঘন কৰে, তেন্তে দিল্লী আবকাৰী আইন আৰু অন্যান্য নিয়মৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDehli excise departmentdelhi govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.