• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

5 years ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

1 hour ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

2 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

3 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

17 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

17 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

18 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

19 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

20 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

20 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

21 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

editor by editor
April 2, 2022
in অসম, ভাৰত, ৰাজনীতি
0
দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত দীৰ্ঘ দিন ধৰি সমলিংগ বিবাহৰ বৈধতাৰ দাবী উত্থাপন হৈ থকাৰ সময়তে সম লৈংগিক বিবাহৰ আগ্ৰহীসকলৰ বাবে কিছু আশাৰ বতৰা লৈ আহিছে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছৰ সাংসদ সুপ্ৰিয়া চুলেই৷

এনিচিপিৰ লোকসভাৰ সাংসদ চুলেই শুকুৰবাৰে লোকসভাত সমলিংগ বিবাহ বৈধতা প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক উত্থাপন কৰিছে৷

বিধেয়কখন লোকসভাত উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে সমলিংগৰ বিবাহক বৈধতা প্ৰদান কৰিলে দেশৰ সমকামী লোকসকল বিশেষভাৱে উপকৃত হ’ব৷

লগতে পঢ়ক ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ

সাংসদ চুলেই বিশেষ বিবাহ আইনৰ সংশোধন বিচাৰি বিধেয়কখন এই নতুন আইনখনক বিশেষ বিবাহ(সংশোধনী) আইন, ২০২২ বুলি নামকৰণ কৰিব পাৰি বুলি মন্তব্য কৰিছে৷ বিশেষ বিবাহ আইন ১৯৫৪ৰ সংশোধনৰো প্ৰস্তাৱ উত্থাপন কৰিছে সাংসদ সুপ্ৰিয়া চুলেই৷

এই আইনখনত সমলিংগৰ দুয়োগৰাকী পুৰুষৰ ক্ষেত্ৰত ২১ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ১৮ বছৰৰ বয়স নিৰ্ধাৰণ কৰিব লাগে৷ অৰ্থাৎ সম লিংগ দুজন পুৰুষে ২১ বছৰ আৰু দুয়োগৰাকী মহিলা ১৮ বছৰ হ’লেহে বিবাহপাশত আৱদ্ধ হ’ব পাৰিব৷

সংবিধানৰ অনুচ্ছেদ ১৪ আৰু অনুচ্ছেদ ২১ৰ অনুসৰি এই বিধেয়কখনৰ নিশ্চিতি প্ৰদান কৰিব পাৰি বুলি সাংসদগৰাকীয়ে মন্তব্য কৰিছে৷

লগতে পঢ়ক ২০ কিলোগ্ৰাম RDXৰে আত্মঘাতীয়ে উৰুৱাই দিব প্ৰধানমন্ত্ৰী মোদীক! মেইলযোগে ভাবুকি!

ইফালে আন এগৰাকী সাংসদ ডিএমকেৰ ডিএনভি ছেণ্টিলকুমাৰ এছে LGBTQIA সম্প্ৰদায়ৰ অধিকাৰ প্ৰদানৰ বাবে আন এখন বিধেয়কো সংসদত উত্থাপন কৰে৷

ছেণ্টিলকুমাৰ এছে বিলখন উত্থাপন কৰি কয় যে উক্ত সম্প্ৰদায়টোৱে সমাজত মৰ্যাদা সহকাৰে জীৱন যাপন কৰিবলৈ তেওঁলোকক অধিকাৰ প্ৰদান কৰাতো অতি জৰুৰী৷

সমলিংগ বিবাহৰ বৈধতা প্ৰদান সম্পৰ্কীয় বিধেয়ক সংসদত উত্থাপন কৰিলেও এই আইন সহজে গৃহীত হোৱাৰ সম্ভাৱনা নাই৷ কাৰণ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত সমলিংগ বিবাহ সমাজত গ্ৰহণীয় আৰু স্বীকৃত নহয় বুলি কেন্দ্ৰীয় চৰকাৰে দৃঢ়তাৰে মন্তব্য কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLGBTQIAsame-sex marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
Next Post
আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…

এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.