• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ

ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ

4 years ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

10 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

11 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

12 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

13 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

13 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

14 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

15 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

16 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

16 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

18 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ

editor by editor
April 1, 2022
in ভাৰত, ৰাজনীতি
0
ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩১ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগেই দেশৰ সংসদীয় ৰাজনীতিত শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে অন্য এক ইতিহাস ৰচিছে৷ শাসকীয় দলটোৱে ৰাজ্যসভাত শতক স্পৰ্শ কৰিছে৷ অৰ্থাৎ ৰাজ্যসভাত বিজেপি দলৰ সাংসদৰ সংখ্যাই শতক অতিক্ৰমণ কৰিছে৷

৩১ মাৰ্চৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ উচ্চ সদনত বিজেপিৰ সদস্যৰ সংখ্যা ৯৭ গৰাকী আছিল৷ কালি ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এই সংখ্যা ১০১লৈ বৃদ্ধি হৈছে৷

প্ৰায় তিনিটা দশকৰ পিছত ৰাজ্যসভাত কোনো দলৰ সদস্যৰ সংখ্যাই পুনৰ শতক স্পৰ্শ কৰিছে৷ ইয়াৰ পূৰ্বে প্ৰয়াত ৰাজীৱ গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে ১৯৮৮ চনত ২৪৫ সদস্য বিশিষ্ট ৰাজ্যসভাত কংগ্ৰেছৰ সদস্য সংখাই শতক স্পৰ্শ কৰিছিল৷

লগতে পঢ়ক ‘ছোৱালীৰ সামৰ্থ্যক অস্বীকাৰ কৰিলে সমাজ আগুৱাই নাযায়’, প্ৰধানমন্ত্ৰী মোদী

উল্লেখ্য যে ৩১ মাৰ্চত অসমসহ দেশৰ বিভিন্ন ৰাজ্যত ১৩ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ ১৩ খন আসনৰ ভিতৰত শাসকীয় দল বিজেপিয়ে ৪ খন আসনত বিজয়ী সাব্যস্ত কৰিছে৷ ইফালে নাগালেণ্ড আৰু অসমত বিজেপিৰ মিত্ৰ দলে এখনকৈ আসন লাভ কৰিছে৷

৩১ মাৰ্চৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যসভাত উত্তৰ পূৰ্বৰ পৰা কংগ্ৰেছ শূণ্য হৈ পৰিছে৷ অসমত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা পৰাস্ত হোৱাৰ লগে লগে ৰাজ্যসভাত উত্তৰ পূৰ্বৰ কংগ্ৰেছৰ প্ৰতিনিধি শূণ্য হৈ পৰাতো নিশ্চিত হয়৷ ইয়াৰ পূৰ্বে অসমৰ পৰা ৰিপুণ বৰা আৰু ৰাণী নৰহ ৰাজ্যসভাত কংগ্ৰেছৰ শেষ প্ৰতিনিধি আছিল৷ তেওঁলোকৰ কাৰ্যকাল ২ এপ্ৰিলত অন্ত পৰিব৷

লগতে পঢ়ক গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ

আনহাতে ৰাজ্যসভাত বিজেপিয়ে শতক অতিক্ৰম কৰাৰ বিপৰীতে কংগ্ৰেছৰ সদস্যৰ সংখ্যা ৩৩ গৰাকীৰ পৰা ২৮ গৰাকীলৈ হ্ৰাস পাইছে৷ ইফালে ৰাজ্যসভাত অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিৰ সদস্যৰ সংখ্যা বৃদ্ধি পাইছে৷ পঞ্জাৱ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছতে ৰাজ্যখনত খালী হোৱা আটাইকেইখন ৰাজ্যসভা আসনতে আপৰ প্ৰাৰ্থী জয়ী হৈছে৷ এইবাৰ পাঁচখন আসনত বিজয়ী হৈ আপ-এ ৰাজ্যসভাত আসনৰ সংখ্যা ৮ লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

ৰাজ্যসভাত বিজেপিৰ সদস্য সংখ্যাই শতক অতিক্ৰমে আগন্তুক উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক যথেষ্ট লাভান্বিত কৰিব৷ উল্লেখ্য যে অহা আগষ্ট মাহত দেশৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRajya Sabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.