• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ

গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ

4 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

9 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

9 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

10 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

10 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

11 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

12 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

12 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

13 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

14 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

15 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

15 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ

editor by editor
April 1, 2022
in বিশ্ব, ৰাজনীতি
0
গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ
0
SHARES
397
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ গাদী হেৰুওৱাৰ ক্ষণ গণি থকাৰ সময়তে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে সোচ্চাৰ হৈছে প্ৰাক্তন পত্নী ৰেহাম খানে৷

ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানে টুইটাৰত বিস্ফোৰণ ঘটাই কৈছে যে ‘ইমৰাণ খান প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে পাকিস্তানখনেই শ্ৰেষ্ঠ আছিল৷’

উল্লেখ্য যে ২০১৮ চনত ‘নতুন পাকিস্তান’ গঢ়াৰ প্ৰতিশ্ৰুতিৰে পাকিস্তানৰ ক্ষমতালৈ আহিছিল ইমৰাণ খানে৷ কিন্তু ক্ষমতালৈ অহাৰ চাৰিটা বছৰৰ ভিতৰতে ইমৰাণ খানৰ দেশত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যই আকাশ চুইছে৷

লগতে পঢ়ক আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

ইয়াৰ পিছতে বিৰোধীয়ে ইমৰাণ খানৰ চৰকাৰ পতন ঘটাবলৈ পাকিস্তানৰ নেচনেল এছেম্বলীত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে৷ ইতিমধ্যে ইমৰাণ খানৰ দুই সহযোগী দলে সংগ ত্যাগ কৰাৰ পিছতে তেওঁৰ চৰকাৰ কাৰ্যত সংখ্যালঘুত পৰিণত হৈছে৷

শুকুৰবাৰৰ পৰা পাকিস্তানৰ সংসদত ইমৰাণ খানৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱত বিতৰ্ক আৰম্ভ হৈছে আৰু অহা দেওবাৰে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷

কিন্তু অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণৰ পূৰ্বে সংখ্যালঘুত পৰিণত হোৱাৰ দাবী কৰি ইমৰাণ খানক বিৰোধীয়ে পদত্যাগ কৰিবলৈ দাবী জনাই আহিছে৷ দেশৰ সংবাদ মাধ্যমে ইমৰাণ খানৰ চৰকাৰখন যিকোনো মুহূৰ্ততে পতন ঘটিব বুলিও প্ৰকাশ কৰিছে৷ ঠিক তেনে সময়তে ইমৰাণ খানৰ কটা গাঁত চেঙা তেল ঢালিছে প্ৰাক্তন তথা দ্বিতীয় পত্নী ৰেহাম খানে৷

লগতে পঢ়ক মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

‘‘ইমৰাণ এতিয়া ইতিহাস!! মই ভাবো আমি এতিয়া ‘নতুন পাকিস্তানে’ এৰি যোৱা অৱৰ্জনাসমূহ পৰিষ্কাৰ কৰিব লাগিব৷’’ ৰেহাম খানে ইমৰাণ খানক অতি তীক্ষ্ণভাৱে কটাক্ষ কৰি এইদৰে টুইট কৰিছে৷

প্ৰাক্তন পত্নী ৰেহাম খানে ইৰমাণ খানৰ ‘বুদ্ধিমত্তা আৰু সক্ষমতা’ নাই বুলিও তাচ্ছিল্য কৰে৷ শুকুৰবাৰে ইমৰাণ খানে দেশবাসীক সম্বোধি দিয়া ভাষণৰ জেৰ টানি ৰেহাম খানে লগতে কয় ‘‘হয়, তুমি প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বৰ পাকিস্তানেই শ্ৰেষ্ঠ আছিল৷’’৷ অৰ্থাৎ ৰেহাম খানৰ মতে ইমৰাণ খানে পাকিস্তানক প্ৰায় ধ্বংস কৰিছে৷

Yes Pakistan was great when you were not the PM. #الوداع_سلیکٹڈ_الوداع

— Reham Khan (@RehamKhan1) March 31, 2022

উল্লেখ্য যে ২০১৫ চনত ইমৰাণ খান আৰু ৰেহাম খান দুয়োৱে নিজৰ নিজৰ প্ৰথম বিবাহ বিচ্ছেদ কৰাৰ পিছতে দ্বিতীয় বিবাহত আৱদ্ধ  হৈছিল৷ বৰ্তমান ইংলেণ্ডৰ নিৱাসী সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা ৰেহাম খান আৰু ইমৰান খানৰ বিবাহ মাত্ৰ আঠ মাহে টিকিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamPak PM Imran KhanReham Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

May 18, 2026
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
জীৱনশৈলী

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

May 18, 2026
Next Post
‘ছোৱালীৰ সামৰ্থ্যক অস্বীকাৰ কৰিলে সমাজ আগুৱাই নাযায়’, প্ৰধানমন্ত্ৰী মোদী

‘ছোৱালীৰ সামৰ্থ্যক অস্বীকাৰ কৰিলে সমাজ আগুৱাই নাযায়’, প্ৰধানমন্ত্ৰী মোদী

২০ কিলোগ্ৰাম RDXৰে আত্মঘাতীয়ে উৰুৱাই দিব প্ৰধানমন্ত্ৰী মোদীক! মেইলযোগে ভাবুকি!

২০ কিলোগ্ৰাম RDXৰে আত্মঘাতীয়ে উৰুৱাই দিব প্ৰধানমন্ত্ৰী মোদীক! মেইলযোগে ভাবুকি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.