• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

4 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

6 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

6 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

7 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

8 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

8 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

8 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

9 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

11 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

11 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

12 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

12 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

editor by editor
April 1, 2022
in অসম, বাণিজ্য, ভাৰত
0
আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি
0
SHARES
378
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰে একেলেথাৰিয়ে জনতাৰ মূৰ ৰামটাঙোন মাৰিয়ে আছে৷ প্ৰতিদিনে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি পাই থকাৰ মাজতে শুকুৰবাৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে৷

শুকুৰবাৰে কেন্দ্ৰই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একোকোবে ২৫০ টকা বৃদ্ধি কৰা হৈছে৷

১ এপ্ৰিলৰ পৰা দেশৰ তেল কোম্পানীসমূহে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৫০ টকাকৈ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে ইয়াৰ ১০ দিনৰ পূৰ্বে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল৷

লগতে পঢ়ক অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

১ এপ্ৰিলৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৫০ টকাকৈ বৃদ্ধি পোৱাৰ পিছত দিল্লীত ১৯ কিলোগ্ৰাম এটা চিলিণ্ডাৰৰ মূল্য ২২৫৩ টকা হৈছে৷

দিল্লীৰ লগতে দেশৰ আন আন মহানগৰসমূহতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাই ২০০০ টকা অতিক্ৰম কৰিছে৷

কলকতাত ইয়াৰ মূল্যই ২৩৫১ টকা আৰু চেন্নাইত ২৪০৬ টকা অতিক্ৰম কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLPG Price hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
Next Post
বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি : ৯৮ ফুট দৈৰ্ঘ্যৰ সৰ্পৰ কংকাল আৱিস্কাৰ!

বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি : ৯৮ ফুট দৈৰ্ঘ্যৰ সৰ্পৰ কংকাল আৱিস্কাৰ!

গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ

গাদী যাওঁ যাওঁ! তেনে সময়তে কটা ঘাঁত চেঙা তেল ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.