• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

4 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

12 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

36 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

14 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

editor by editor
April 2, 2022
in অপৰাধ, অসম
0
মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে নিজকে গুলীয়াই আত্মহনৰ চেষ্টা কৰিছিল৷ কিন্তু সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰিছে কিশোৰীগৰাকীৰ৷

শুকুৰবাৰে আবেলি ডিব্ৰুগড়ৰ চহৰৰ আমোলাপট্টি গাৰ্ড কোৱাৰ্টাৰৰ নিজ বাসগৃহত এই কাণ্ড সংঘটিত কৰে কিশোৰীগৰাকীয়ে৷

প্ৰকাশিত খবৰ অনুসৰি ইশানী বেজবৰুৱা নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে শুকুৰবাৰে আবেলি নিজ বাসগৃহতে মূৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায়৷

লগতে পঢ়ক ২০ কিলোগ্ৰাম RDXৰে আত্মঘাতীয়ে উৰুৱাই দিব প্ৰধানমন্ত্ৰী মোদীক! মেইলযোগে ভাবুকি!

ঘটনাটো সংঘটিত হোৱাৰ পিছতে কিশোৰীগৰাকীক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

বৰ্তমান ভেণ্টিলেটৰ চাপ’ৰ্ট চিকিৎসাধীন কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

ইফালে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কিশোৰীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল নে নাই সেয়া স্পষ্ট নহয় বুলি প্ৰকাশ কৰিছে৷

লগতে পঢ়ক ‘ছোৱালীৰ সামৰ্থ্যক অস্বীকাৰ কৰিলে সমাজ আগুৱাই নাযায়’, প্ৰধানমন্ত্ৰী মোদী

‘‘এই মুহূৰ্তত এটো আত্মহত্যাৰ ঘটনা আছিল নে নাই সেয়া ক’ব নোৱাৰি৷ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাটো স্পষ্ট হৈ পৰিব৷’’ ডিব্ৰুগড়ৰ অতিৰিক্ত আকক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়ৰ) বিতুল চেতিয়াই ঘটনাৰ সন্দৰ্ভত এইদৰে কয়৷

প্ৰকাশ পোৱা অনুসৰি কিশোৰীগৰাকীৰ পিতৃৰ অনুজ্ঞাপত্ৰ থকা এগৰাকী অস্ত্ৰ ব্যৱসায়ী৷ তেওঁৰ বাসগৃহতে সংলগ্ন ‘ডিকেবি গান হাউচ’ নামৰ এখন অস্ত্ৰ ব্যৱসায়ৰ প্ৰতিষ্ঠান আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24attempt to suicideaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি
অপৰাধ

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

September 28, 2026
Next Post
দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

আৰিয়ান খান ড্ৰাগছ কাণ্ড : প্ৰধান সাক্ষী প্ৰভাকৰ ছেইল ৰহস্যজনক মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.