• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

4 years ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

13 minutes ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

45 minutes ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

1 hour ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

1 hour ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

2 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

3 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

5 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

6 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

6 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

7 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

editor by editor
September 30, 2022
in জীৱনশৈলী, ভাৰত, ভ্ৰমণ, ৰাজনীতি
0
প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুজৰাটৰ ৰাজপথ সাক্ষী হ’ল এটি বিশেষ ঘটনাৰ৷ গুজৰাটৰ ৰাজপথত প্ৰধানমন্ত্ৰী মোদীৰ দীঘলীয়া কনভয়৷ তেনেতেই হঠাতেই প্ৰধানমন্ত্ৰীৰ কনভয়ৰ কাষত দেখা গ’ল এখন এম্বুলেঞ্চ৷ সচৰাচৰ দেশৰ প্ৰধানমন্ত্ৰীৰ কনভয় আহিলে এম্বুলেঞ্চো ৰখাই দিয়া হয়৷ কিন্তু এইবাৰ তেনে নহ’ল৷ এম্বুলেঞ্চৰ পৰিবৰ্তে ৰৈ দিলে প্ৰধানমন্ত্ৰীৰ কনভয়হে৷

গুজৰাট ৰাজ্যিক বিজেপিৰ পেজত ভাইৰেল হৈছে প্ৰধানমন্ত্ৰীৰ কনভয় ৰৈ দিয়াৰ এই বিশেষ ভিডিঅ’টো৷ এম্বুলেঞ্চৰ বাবেই প্ৰধানমন্ত্ৰীৰ কনভয় হঠাতেই ৰৈ দিয়ে৷ এম্বুলেঞ্চখন পাৰ হৈ যোৱাৰ পিছতহে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ী সচল হয়৷

গুজৰাট বিজেপিয়ে প্ৰকাশ কৰা অনুযায়ী শুকুৰবাবে দিনৰ ভাগত আহমেদাবাদৰ পৰা গান্ধীনগৰৰ দিশে গতি কৰোতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ কাষত এম্বুলেঞ্চখন প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ লগে লগেই তেওঁ কনভয়কৰৈ দিবৰ বাবে নিৰ্দেশ দিয়ে৷ আহমেদাবাদ আৰক্ষীয়ে জনোৱা অনুসৰি গান্ধীনগৰৰ ৰাজভৱনৰ কিছু নিলগত এনেদৰে ৰৈ দিয়ে প্ৰধানমন্ত্ৰীৰ কনভয়৷

বিগত আগষ্ট মাহত তামিলনাডুৰ ডিএমকেৰ মন্ত্ৰী অনাবিল মহেশৰ কনভয় পাৰ হৈ যাওঁতে এম্বুলেঞ্চ ৰখাই থোৱাৰ বাবে চছিয়েল মিডিয়াত হৈছিল বিতৰ্ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
Next Post
বৈদিক যুগৰ পৰা থিম পূজালৈকে… কেনেকৈ সলনি হৈছে দশভূজাৰ ৰূপ?

বৈদিক যুগৰ পৰা থিম পূজালৈকে... কেনেকৈ সলনি হৈছে দশভূজাৰ ৰূপ?

দেশত আৰম্ভ 5G-সেৱা, কোন কোন চহৰে পোনতেই লাভ কৰিব সুবিধা?

দেশত আৰম্ভ 5G-সেৱা, কোন কোন চহৰে পোনতেই লাভ কৰিব সুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.