• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত আৰম্ভ 5G-সেৱা, কোন কোন চহৰে পোনতেই লাভ কৰিব সুবিধা?

দেশত আৰম্ভ 5G-সেৱা, কোন কোন চহৰে পোনতেই লাভ কৰিব সুবিধা?

4 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

7 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

7 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

8 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

8 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

9 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

10 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

11 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

13 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

13 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

15 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

দেশত আৰম্ভ 5G-সেৱা, কোন কোন চহৰে পোনতেই লাভ কৰিব সুবিধা?

editor by editor
October 1, 2022
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
দেশত আৰম্ভ 5G-সেৱা, কোন কোন চহৰে পোনতেই লাভ কৰিব সুবিধা?
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১ অক্টোবৰৰ পৰা দেশত আৰম্ভ হৈছে 5G সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উদ্বোধ কৰিলে 5G সেৱা। দেশৰ ১৩ খন চহৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই 5G সেৱা। ১৩ খন ৰাজ্যত 5G সেৱা আৰম্ভণিৰ পূৰ্বেই প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীৰ প্ৰগতি ময়দানত ভাৰতীয় মোবাইল কংগ্ৰেছ চমুকৈ আই এম চি-ৰ ষষ্ঠ সংস্কৰণ উদ্বোধন কৰে। প্ৰগতি ময়দানৰ এই বিশেষ অনুষ্ঠানত আকাশ আম্বানিয়ে 5G সেৱা সন্দৰ্ভত বিশদ বাখ্যা দাঙি ধৰি 5G য়ে কেনেকৈ দেশবাসীক উপকৃত কৰিব সেই সম্পৰ্কেও বাখ্যা দাঙি ধৰে।

কম খৰচত 5G ব্ৰডবেণ্ড সেৱা লাভ কৰিব দেশবাসীয়ে বুলিও ভাষণত উল্লেখ কৰিছে আকাশ আম্বানীয়ে। ইয়াৰ লগতে এটা সংযোগ সুবিধাও দিয়া হ’ব। ইয়াৰ জৰিয়তে ১০ কোটি লোকৰ ঘৰত সংযোগ দিয়া হ’ব বুলি উদ্বোধনৰ পূৰ্বেই উল্লেখ কৰিছিল। বিগত সময়ছোৱাত মুকেশ আম্বানীয়ে জনাইছিল যে প্ৰথম অৱস্থাত দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাত জিঅ’ 5G ৰ সেৱা আৰম্ভ কৰা হ’ব। দিপাৱলীৰ আগতেই দিল্লী, মুম্বাই, কলকতা আৰু চেন্নাইত 5G সেৱা আৰম্ভ হ’ব বুলি জনাইছিল আম্বানীয়ে।

অৱশ্যে সমগ্ৰ দেশতে Jio 5G সেৱা আগবঢ়াবলৈ আৰু কিছু সময় লাগিব। আম্বানীৰ মতে, ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে কোম্পানীটোৱে 5G সেৱা আৰম্ভ কৰিব। এজিএমৰ সময়ত তেওঁ জনাইছে যে কোম্পানীয়ে ৰিলায়েন্স জিঅ’ 5G সেৱাৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰি তুলিছে। 5G স্পেকট্ৰম নিলামৰ সময়ত ৰিলায়েন্সে সৰ্বোচ্চ স্পেকট্ৰম ক্ৰয় কৰিছে। ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়ে কয় যে, জিঅ’ই বিশ্বৰ আটাইতকৈ দ্ৰুত 5G ৰোলআউটৰ পৰিকল্পনা কৰিছে।

আম্বানীৰ মতে, ২০২৩ চনৰ শেষৰ ফালে ভাৰতৰ প্ৰতিখন চহৰত 5G সেৱা উপলব্ধ হ’ব। ইফালে Jio 5G প্লেন কিমান সস্তা বা ব্যয়বহুল হ’ব সেই সম্পৰ্কে স্পষ্ট তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে মুকেশ আম্বানীয়ে তেওঁৰ ভাষণত বহুবাৰ Affordable 5G ৰ কথা কৈছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে Jio 4G তকৈ Jio 5G প্লেন ব্যয়বহুল নহ’বও পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamJio5G
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
Next Post
আশাত চেঁচাপানী! কেজৰীৱালক নৈশভোজলৈ আমন্ত্ৰণ জনোৱা অটোচালক মোদীৰহে অনুৰাগী

আশাত চেঁচাপানী! কেজৰীৱালক নৈশভোজলৈ আমন্ত্ৰণ জনোৱা অটোচালক মোদীৰহে অনুৰাগী

সলনি হ’ব কেইবাখনো ট্ৰেইনৰ সময়! কোন কেইখন এক্সপ্ৰেছৰ সময় সলনি হ’ব?

সলনি হ’ব কেইবাখনো ট্ৰেইনৰ সময়! কোন কেইখন এক্সপ্ৰেছৰ সময় সলনি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.