• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীতৰ শেষ সৰাপাত’ , ৰোগগ্ৰস্ত কবিৰ শেষ আশা জীৱন বলুকাত এটি খোজ ধৰি ৰখাৰ…

শীতৰ শেষ সৰাপাত’ , ৰোগগ্ৰস্ত কবিৰ শেষ আশা জীৱন বলুকাত এটি খোজ ধৰি ৰখাৰ…

5 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

24 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীতৰ শেষ সৰাপাত’ , ৰোগগ্ৰস্ত কবিৰ শেষ আশা জীৱন বলুকাত এটি খোজ ধৰি ৰখাৰ…

editor by editor
February 16, 2022
in অসম, গুৱাহাটী
0
শীতৰ শেষ সৰাপাত’ , ৰোগগ্ৰস্ত কবিৰ শেষ আশা জীৱন বলুকাত এটি খোজ ধৰি ৰখাৰ…
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জটিল ৰোগত আক্ৰান্ত এগৰাকী মহিলা। ৰোগত জৰ্জৰিত শৰীৰ অথচ মনত দুৰ্বাৰ হেঁপাহ জীৱন বলুকাত এটা খোজ ধৰি ৰাখিবলৈ। নাম তেওঁৰ ৰুমী গগৈ। টিংখাঙৰ শালমাৰী দীঘলীয়া গাঁৱৰ যজ্ঞেশ্বৰ গগৈৰ সহধৰ্মিনী ৰুমী গগৈয়ে স্থানীয় জামুগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু শালমাৰী দীঘলীয়া প্ৰাথমিক বিদ্যালয়ত বহু বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পাছত অৱশেষত ঘৰুৱা অসুবিধাৰ বাবে শিক্ষকতাৰ বৃত্তি বাদ দিবলগীয়া হয়।

পথাৰ কবি ৰাম গগৈৰ ভতিজী ৰুমী গগৈৰ মাজত দেখা গৈছিল এক স্বভাৱগত কাব্য প্ৰতিভা। জীৱনৰ অধিকাংশ সময় শিক্ষকতা আৰু কাব্য চৰ্চাৰ মাজেৰে অতিক্ৰম কৰা কবিগৰাকীয়ে অসমৰ বিভিন্ন প্ৰান্তত স্ব-ৰচিত কবিতা পাঠ কৰি কাব্যিক জগতত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁৰ অনুভৱী আৰু গভীৰ জীৱনবোধ সমৃদ্ধ কবিতাসমূহে বিভিন্ন কাকত আলোচনীত ঠাই পাইছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰুমী গগৈয়ে বৰ্তমানো ধমন-শালমাৰী চূড়ামণি কবি সন্মিলনৰ সভাপতি আৰু ধমন-শালমাৰী শাখা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

জীৱনৰ এক দীঘলীয়া সময় শিক্ষকতা আৰু কাব্য চৰ্চাৰ মাজেৰে অতিবাহিত কৰা ৰুমী গগৈ এতিয়া শয্যাগত। জটিল ৰোগত আক্ৰান্ত তেখেতৰ শৰীৰৰ অৱস্থা অতি সংকটজনক। কিন্তু তীব্ৰ মানসিক শক্তিৰ অধিকাৰী এইগৰাকী মহিলাৰ এক গভীৰ হেঁপাহ আছিল তেওঁৰ সিচৰিত হৈ থকা কাব্য সম্পদসমূহ একত্ৰিত কৰি এখনি সংকলনৰ ৰূপ দিয়াৰ। অৱশেষত তেওঁৰ এই ইচ্ছা পূৰণৰ বাবে আগবাঢ়ি আহিল সমাজৰ বিভিন্নজন ব্যক্তি। প্ৰকাশ কৰি উলিয়ালে কবি ৰুমী গগৈৰ কাব্য সংকলন ‘‘শীতৰ শেষ সৰাপাত’’

মঙলবাৰে সন্ধিয়া ৰুমী গগৈৰ বাসগৃহত আনুষ্ঠানিকভাৱে কাব্যগ্ৰন্থ খন উন্মোচন কৰে জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোহাঁই আৰু ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি পবিত্ৰ গগৈয়ে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক শিক্ষাবিদ প্ৰবীণ গগৈ , অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য অজয় সিংহ , ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবাৰীয়াসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৰুমী গগৈক।

টিংখাঙৰ পৰা পৰাগ গগৈ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tingkhong
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
Next Post
তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

তালিবানৰ আসুৰিক যৌনতা : ইছলাম ত্যাগ আফগান মহিলাৰ

প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

প্ৰেমিকাই তৰিলে ভুৱা গোচৰ : প্ৰেমিক জোৱানে কৰিলে আত্মহত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.