• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্তৃত্বৰ অপব্যৱহাৰ সমাজে আৰু সহ্য নকৰে! আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ

2 years ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

4 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

5 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

7 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

8 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

9 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কৰ্তৃত্বৰ অপব্যৱহাৰ সমাজে আৰু সহ্য নকৰে! আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ

কৰ্তৃত্বৰ অপব্যৱহাৰ সমাজে আৰু সহ্য নকৰে! আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ

editor by editor
November 16, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
কৰ্তৃত্বৰ অপব্যৱহাৰ সমাজে আৰু সহ্য নকৰে! আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰ্গৱ বৰবৰাই ডেলিভাৰি বয় জ্ঞানদ্বীপ হাজৰিকাৰ ওপৰত জঁপিয়াই পৰা ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে দিছে বিশেষ প’ষ্ট৷ মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।’

নিশাৰে পৰা উত্তাল সামাজিক মাধ্যম৷ ক্ষীপ্ৰগতিত ভাইৰেল এটা ভিডিঅ’৷ ভিডিঅ’টোত এগৰাকী আৰক্ষীয়ে এজন ফুড ডেলিভাৰী বয়ৰ ডিঙি চেপি ধৰিছে৷ অশ্লীল গালিগালাজ৷ ‘চিনি পোৱা নাই মাৰি পেলাম৷’ অৰ্থাৎ খাকী পোছাক পৰিধান কৰি মৃত্যুৰ ভাবুকি দিয়া হৈছে ফুড ডেলিভাৰী বয়ক৷ কিন্তু প্ৰকৃততে কি হৈছিল সেই স্থানত? কিয় অচি ভাৰ্গব  বৰবৰাই ডিঙি চেপি ধৰিছিল যুৱকজনৰ?

পাণবজাৰ আৰক্ষী থানাৰ অচি ভাৰ্গৱ বৰবৰাৰ অত্যাচাৰৰ বলি হোৱা প্ৰাক্তন কটনীয়ান জ্ঞানদ্বীপ হাজৰিকাই ঘটনাক লৈ মুখ খুলিছে৷ শোণিতপুৰৰ যুৱক জ্ঞানদ্বীপ হাজৰিকাই কটনৰ পৰা স্নাতক লৈ ওলোৱাৰ পাছত এতিয়া মহানগৰীতেই এগৰাকী ফুড ডেলিভাৰী বয় হিচাপে কৰ্মৰত হৈ আছে৷ এই সাধাৰণ কামেৰেই পৰিয়ালটোক পোহপাল দি আছে জ্ঞানদ্বীপে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

May 27, 2026
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ
জীৱনশৈলী

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

May 27, 2026
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ
জীৱনশৈলী

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

May 27, 2026
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
Next Post
১০ হাজাৰকৈ SIP কৰি অৱসৰৰ সময়ত লাভ কৰিব ৫কোটি ধন, কেনেকৈ সম্ভৱ এয়া? জানক সবিশেষ

বক্ৰীদশা এৰি চিধা পথেৰে যাত্ৰা শনিৰ, ২০২৫ত কি  প্ৰভাৱ পৰিব কোন ৰাশিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন