• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

2 years ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

14 minutes ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

46 minutes ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

1 hour ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

2 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

3 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

4 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

4 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

7 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

editor by editor
May 30, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু
0
SHARES
20.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

আৰক্ষীৰ এক বৃহৎ সাফল্য, এটা বন্ধ হৈ থকা গুদাম ঘৰৰ পৰা একেলগে উদ্ধাৰ হয় ৫৭ টা শিশু। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত এই সাফল্য লাভ কৰে আৰক্ষীয়ে। অমানৱীয়ভাৱে এটা কাৰখানাত বাহিৰৰ পৰা বন্ধ হৈ থকা গুদাম ঘৰত আছিল ৫৭টা শিশু।

য’ত সকলো শিশুকে কামত লগাই থোৱা হৈছিল। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এজাহাৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে এই অভিযান আৰম্ভ কৰে। সেই অভিযানতে একেলগে উদ্ধাৰ হয় আৱদ্ধ কৰি ৰাখি শ্ৰমিক হিচাপে কামত লগোৱা ৫৭ টা শিশু।

গোটেই বিষয়টো গাজিয়াবাদৰ মুছুৰী অঞ্চলৰ। দাসনাৰ ইণ্টাৰনেশ্যনেল এগ্ৰ’ ফুডছ কাৰখানত আৰক্ষীয়ে অভিযান চলাই ৫৭টা শিশুক উদ্ধাৰ কৰে। ইয়াৰে ৩১ গৰাকী কন্যা শিশু আৰু ২৬ টা ল’ৰা।

এই কাৰখানাটো মুখ্যত এটা কচাইখানা। য’ত বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ প্ৰায় কেইবা ডজন শিশুৱে অমানৱীয় পৰিস্থিতিত কাম কৰিবলৈ বাধ্য হৈছিল। সেই স্থানত যে শিশু থাকিব পাৰে সেই বিষয়ে কোনেও ভবা নাছিল। কাৰখানাটোৰ পৰা কেৱল কটা মাংসৰ গোন্ধ আহি আছিল।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰা এজাহাৰ পোৱাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। বিষয়টোৰ সংবেদনশীলতাক বিবেচনা কৰি সমগ্ৰ অভিযানটো গোপনে ৰাখি উদ্ধাৰ অভিযান চলাইছিল আৰক্ষীয়ে।

আৰক্ষী বিষয়াসকলৰ মতে, এই কাৰ্য্যত সহকাৰী আৰক্ষী আয়ুক্ত মুছুৰীৰ উপৰিও ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ, অতিৰিক্ত আৰক্ষী আয়ুক্ত অপৰাধ, শ্ৰম বিভাগ আৰু উপ জিলা বিষয়াৰ দলটোৱে যৌথভাৱে ভূমিকা পালন কৰে। কচাইখানাটোত মুখ্যতঃ জীৱ-জন্তুৰ মাংস কাটি তাক পেকিং কৰি ৰপ্তানি কৰা হৈছিল। কিন্তু ইয়াত ৫৭টা শিশুক অবৈধভাৱে অমানৱীয় অৱস্থাত ৰখা হৈছিল।

উদ্ধাৰ কৰা সকলো শিশুৰ চিকিৎসা পৰীক্ষা কৰি শিশু কল্যাণ সমিতিৰ সন্মুখত দাখিল কৰা হ’ব। এই গোচৰত কচাইখানা পৰিচালক আৰু অন্যান্য লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে আৰক্ষীয়েও এই শিশুসকলৰ পৰিয়ালৰ সৈতে যোগাযোগৰ বাবে চেষ্টা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: childchild labourChild RescueGaziabaaduttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
Next Post
ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ’ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ'ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.