• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

5 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

5 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

6 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

6 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

8 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

9 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

10 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

11 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

12 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

editor by editor
May 30, 2024
in জীৱনশৈলী, বিবিধ
0
ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

দাঁতৰ বিভিন্ন সমস্যাৰ লগতে বহু লোকেই হালধীয়া পৰা সমস্যাৰ সৈতেও হীনমান্যতাত ভোগে। বহু উপায় অৱলম্বন কৰিয়ো ইয়াৰ পৰা ৰেহাই নাপায়। নিয়মীয়াকৈ ব্ৰাছ কৰাৰ পিছতো দাঁতৰ হালধীয়া হোৱাটো নাইকিয়া নহয়।

বহুতে প্ৰশ্ন কৰে যে দাঁতৰ হালধীয়া হোৱাটো কেনেকৈ আঁতৰাব পাৰি, দাঁতৰ হালধীয়া হোৱাটো আঁতৰোৱাৰ কি কি প্ৰতিকাৰ, দাঁত বগা কৰাৰ ঘৰুৱা প্ৰতিকাৰ কি কি।

প্ৰত্যেকেই দাঁত উজ্জ্বল কৰিবলৈ প্ৰাকৃতিক সমাধান বিচাৰে। আমি কিছুমান ঘৰুৱা উপায়েৰে চেষ্টা কৰি এই সমস্যা সমাধান কৰিব পাৰো। ইয়াৰ বাবে আপোনাক সৰিয়হৰ তেল আৰু কিছুমান বিশেষ উপাদানৰ প্ৰয়োজন হ’ব।

দাঁত জিলিকিবলৈ ঘৰুৱা উপায়-
সৰিয়হৰ তেল – ১ চামুচ
নিমখ – ১ চিকুট
হালধি – ১ চিকুট

হালধীয়া দাঁত কেনেকৈ জিলিকিব:
প্ৰথমে এটা সৰু বাটিত ১ চামুচ সৰিয়হৰ তেল লওক। তাত ১ চিকুট নিমখ আৰু ১ চিকুট হালধি দিব। এই তিনিটা উপাদান ভালদৰে মিহলাই পেষ্ট প্ৰস্তুত কৰি লওক।

ব্যৱহাৰৰ পদ্ধতি:
প্ৰস্তুত কৰা পেষ্টখিনি আঙুলি বা টুথব্ৰাছৰ সহায়ত দাঁতত লগাব লাগে। লঘু হাতেৰে ২-৩ মিনিট মালিচ কৰক। ইয়াৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক।

– সৰিয়হ তেলঃ সৰিয়হৰ তেল এন্টিবেক্টেৰিয়েল গুণৰ বাবে জনাজাত, যিয়ে দাঁত আৰু আঁলু সুস্থ কৰি ৰখাত সহায় কৰে।
– নিমখ: নিমখৰ প্ৰাকৃতিক পৰিষ্কাৰক গুণ থাকে, যিয়ে দাঁতৰ পৃষ্ঠৰ পৰা হালধীয়া ৰং আঁতৰোৱাত সহায় কৰে।
– হালধি : হালধিত এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যাৰ ফলত আঁলু ফুলা আৰু দাঁতৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

এই পেষ্ট দৈনিক ব্যৱহাৰ কৰিলে ক্ৰমান্বয়ে দাঁতৰ হালধীয়া হোৱা কমি যাব আৰু চিকচিকিয়া আৰু বগা দেখাবলৈ আৰম্ভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Home remediedTeethTeeth Clean
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

August 7, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

August 7, 2026
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

August 7, 2026
Next Post
অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ’ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

অৱশেষত পোহৰলৈ আহিল বিয়াৰ চিঠি, কেতিয়া বিয়া হ'ব আম্বানী পৰিয়ালৰ ৰাজকুমাৰৰ

মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ' খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.