ৰাজনীতিত শালীনতা, মৰ্যাদা আদি শব্দৰ এতিয়া কোনো স্থান নাই৷ সকলোৱে দৌৰিছে কেৱল ক্ষমতাৰ পিছত৷ বিৰোধীক কটাক্ষ কৰিবলৈ গৈ লেকামহীন হৈ পৰিছে নেতা৷