• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ হাতত হাত থৈ আগবঢ়া এই মোহময়ী নাৰী কোন? ৰাহুলে কিয় ধৰিছিল যুৱতীগৰাকীৰ হাত?

ৰাহুলৰ হাতত হাত থৈ আগবঢ়া এই মোহময়ী নাৰী কোন? ৰাহুলে কিয় ধৰিছিল যুৱতীগৰাকীৰ হাত?

4 years ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

47 minutes ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

1 hour ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

2 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

2 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

3 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

3 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

4 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

5 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

15 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

15 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

16 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুলৰ হাতত হাত থৈ আগবঢ়া এই মোহময়ী নাৰী কোন? ৰাহুলে কিয় ধৰিছিল যুৱতীগৰাকীৰ হাত?

editor by editor
October 30, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাহুলৰ হাতত হাত থৈ আগবঢ়া এই মোহময়ী নাৰী কোন? ৰাহুলে কিয় ধৰিছিল যুৱতীগৰাকীৰ হাত?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক লৈ সমগ্ৰতে অব্যাহত আছে চৰ্চা। শনিবাৰে তেলেংগানাৰ জোধপুৰত উপস্থিত হৈছিল ৰাহুল গান্ধীৰ দলটো। ৰাহুলক সেইদিনা দেখা গৈছিল এগৰাকী যুৱতীৰ সৈতে। সুন্দৰী যুৱতীগৰাকীৰ হাতত ধৰি খোজ দিছিল ৰাহুলে। ৰাহুলৰ সৈতে সুন্দৰী যুৱতীগৰাকীৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

কোন এই সুন্দৰী বহুতেই জনাৰ আগ্ৰহো প্ৰকাশ কৰিছে। ভাৰতীয় নাৰীৰ জাতীয় সাজ-সজ্জাৰে ৰাহুলৰ খোজত-খোজ মিলাই আগবঢ়া এই সুন্দৰী যুৱতীগৰাকী হৈছে পুনম কৌৰ। এই মুহূৰ্ততে আকৌ প্ৰশ্ন হয়, কংগ্ৰেছৰ অন্য মিটিং জনসভাত পুনমক কেতিয়াবা দেখা গৈছে জানো? পুনৰ ৰাজনৈতিক নেতা নে অন্য কোনোবা? পুনম কৌৰ ৰাজনীতিৰ সৈতে জড়িত হ’লেও প্ৰকৃততে পুনম এগৰাকী অভিনেত্ৰী। টেলেগু ছবিত অভিনয় কৰাৰ লগতে পুনম এগৰাকী মডেলো। তেলেঙ্গানাত তেওঁ কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় সদস্য হিচাপেও ওতপ্ৰোতভাৱে জড়িত হৈছে।

ৰাহুল গান্ধীৰ সৈতে হাতত হাত ধৰি যাত্ৰা কৰাৰ কাৰণো পুনমে তেওঁৰ ছচিলেয় মিডিয়াত উল্লেখ কৰিছে। পুনম আৰু ৰাহুলৰ ভাইৰেল ফটোখনক লৈ পুনমে কয়, ‘আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তিৰ কথা কৈ থাকে। আপোনালোকে একো নজনাকৈয়ে ভুৱা প্ৰচাৰ নচলাব। ৰাহুল গান্ধীয়ে উলাহতে মোৰ হাত ধৰা নাই, মই খোজ দিওতে পিছলি গৈছিলো বাবে তেঁও ঘপককৈ হাতখন ধৰি মোক ৰক্ষাহে কৰিছিল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamRahulGandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক
জীৱনশৈলী

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

May 4, 2026
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

May 4, 2026
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
Next Post
‘আগতে মই বাইদেউহঁতৰ লগত ফটো উঠিম’, মুখ্যমন্ত্ৰীৰ  হিমন্ত বিশ্ব শৰ্মাৰ শিশুসুলভ আচৰণক লৈ কি কৈছে নেটিজেনে?

'আগতে মই বাইদেউহঁতৰ লগত ফটো উঠিম’, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ শিশুসুলভ আচৰণক লৈ কি কৈছে নেটিজেনে?

দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?

দক্ষিণ আফ্ৰিকাই হৰুৱালে ৰোহিত বাহিনীক। কি কাৰণত হাৰিল টীম ব্লু?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.