বৃহস্পতিবাৰে পুৱা আহিল এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ হিন্দী আৰু মাৰাঠী ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰিছিল। ৰাষ্ট্ৰীয় বঁটা বিজয়ী এইগৰাকী অভিনেতাৰ মৃত্যুত বলীউডৰ ওপৰত শোকৰ ছাঁ পৰিছে। গোৱাতে শেষ নিশ্বায় লয় অভিনেতাজনে।
প্ৰথমতে পুৱা ৫:২০ বজাত তেওঁৰ হাৰ্ট এটেক হোৱা বুলি জানিব পৰা গৈছে। লগে লগে তেওঁক গোৱাৰ ডোনা পৌলাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে বাটতে তেওঁৰ মৃত্যু হয়। অভিনেতাজনৰ আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বলীউডত বিয়পি পৰিল শোকৰ ছাঁ। ‘অংগৰ’, ‘পৰিন্দা’, ‘ক্ৰান্তি বীৰ’ৰ দৰে কেইবাখনো কালজয়ী ছবি তেওঁ এৰি থৈ যায়। তেওঁৰ মৃতদেহ মুম্বাইলৈ অনা হৈছে।
১৯৭৮ চনত ‘গোমন’ ছবিৰে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা ইখনৰ পিছত সিখনকৈ কঠিন ছবি কৰি আহিছে। এই অভিনেতাই তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ১৯৮৯ চনত পৰিন্দা ছবিৰ বাবে ‘শ্ৰেষ্ঠ সহযোগী অভিনেতা’ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, তাৰ পিছত ১৯৯৯ চনত ক্ৰান্তি ছবিৰ বাবে ‘শ্ৰেষ্ঠ অভিনেতা’ শাখাত বঁটা লাভ কৰে। তৃতীয়বাৰৰ বাবে ১৯৯৭ চনত এই বঁটা লাভ কৰে। ইয়াৰ বাহিৰেও তেওঁ অসংখ্য ছবিও কৰিছে। ৰাজু বংগয়া ভদ্ৰলোক, অপৰহানা, আনকি ‘ৱেলকাম’ ছিৰিজৰ ছবিয়েও দৰ্শকৰ মন জয় কৰিছে। ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰা তেখেতে এইদৰে আকস্মিক বিদায় গ্ৰহণ কৰাটো সকলোৰে বাবে কঠিন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















