• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

5 months ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

19 minutes ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

51 minutes ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

2 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

3 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

7 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

8 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

8 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

8 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

editor by editor
March 28, 2026
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
0
SHARES
671
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰ জনগণৰ নিৰাপত্তা আৰু আৰ্থিক চাপমুক্ত ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে কেইবাটাও স্কিম আছে৷ আজিও চৰকাৰী স্কিমসমূহৰ মাজত মানুহে পোষ্ট অফিচৰ স্কিমৰ ওপৰতেই সকলোতকৈ বেছি নিৰ্ভৰ কৰে৷ পোষ্ট অফিচৰ তেনে এক পুৰণি স্কিম হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড৷ এই স্কিম বিশেষভাৱে তেওঁলোকৰ বাবে তৈয়াৰ কৰা হৈছে যিয়ে দীৰ্ঘম্যাদি নিৰাপদ বিনিয়োগৰ মাধ্যমেৰে ভাল ফাণ্ড তৈয়াৰ কৰিব খোজে৷ PPF স্কিম সম্পূৰ্ণৰূপে চৰকাৰ নিৰ্ভৰ, সেয়ে ইয়াত ধন হেৰুৱাৰ ভয় নাই৷

বৰ্তমান PPFত বাৰ্ষিক সুদৰ হাৰ প্ৰায় ৭.১ শতাংশ প্ৰদান কৰে যি কম্পাউণ্ড হৈ যোগ হয়৷ এই স্কিমৰ সকলোতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াত ডাঙৰ বিনিয়োগৰ প্ৰয়োজন নহয়৷ কোনোৱে যদি বাৰ্ষিক মাত্ৰ ৫০০ টকা দি PPF ত বিনিয়োগ কৰিব পাৰে৷ ই এক ফাইনেন্সিয়েল প্ৰকল্প যি বাৰ্ষিক সৰ্বোচ্চ ১.৫০ লাখ টকা পৰ্যন্ত বিনিয়োগৰ সুযোগ দিয়ে৷ ইয়াৰ সৈতে আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত কৰ ৰেহাই দিয়ে৷

১৫ বছৰতেই ডাঙৰ ফাণ্ড তৈয়াৰ হ’ব

PPFৰ ম্যাদ ১৫ বছৰ৷

একক বা কিস্তিত বিনিয়োগ কৰিব পাৰে৷

প্ৰতি বছৰে সৰ্বোচ্চ ১২টা কিস্তিত বিনিয়োগ কৰিব পাৰে৷

আপোনাৰ প্ৰতিমাহে ৭০০০ টকা জমা কৰাৰ বিকল্প থাকিব৷

বাৰ্ষিক বিনিয়োগৰ পৰিমান ৮৪,০০০ টকা৷

১৫ বছৰত ফাণ্ড হব প্ৰায় ২২.৭৮ লাখ টকা৷

ইয়াৰ মাজত সুদৰ পৰিমাণ ১০.১৮ লাখ টকা অন্তৰ্ভুক্ত৷

সম্পূৰ্ণ পৰিমাণৰ অৰ্থ চৰকাৰী গেৰেণ্টিৰ দ্বাৰা সুৰক্ষিত৷

ই শিক্ষা আৰু অৱসৰ গ্ৰহণৰ দৰে লক্ষ্যসমূহৰ বাবে সহায়ক৷

ঋণ আৰু আংশিক উত্তোলন সুবিধা

PPF কেৱল এক সঞ্চয় একাউণ্ট নহয়, বৰং মাল্টি-বেনিফিট একাউণ্ট৷

এই একাউণ্টৰ বিপৰীতে ঋণৰ অপশ্ব্যনো পোৱা যায়৷

বিনিয়োগকাৰীয়ে কেইবছৰৰ পাছত ঋণৰ বাবে আবেদনো কৰিব পাৰে৷

এই স্কিমত প্ৰতি বছৰে কমপক্ষেও ৫০০ টকা জমা কৰা বাধ্যতামূলক৷

নূন্যতম পৰিমাণ জমা নিদিলে একাউণ্টটো নিষ্ক্ৰিয় হৈ যাব পাৰে৷

জৰিমনা পৰিশোধ কৰি এটা নিষ্ক্ৰিয় একাউণ্ট পুনৰায় সক্ৰিয় কৰিব পাৰি৷

নিয়মিত বিনিয়োগত সকলো সুবিধা নিশ্চিত৷

সৰু সতৰ্কতাই দীৰ্ঘম্যাদি উল্লেখযোগ্য সুবিধা প্ৰদান কৰে৷

কেতিয়া উঠাই ল’ব পাৰিব?

প্ৰথম পাঁচ বছৰ আপুনি PPFৰ ধন উঠাই ল’ব নোৱাৰে৷

৫ বছৰৰ পাছত বিশেষ প্ৰয়োজন থাকিলে আপুনি এই ধন উঠাই লব পাৰে৷

অসুস্থতা বা শিশুসকলৰ শিক্ষাৰ বাবে সীমিত ৰেহাইয়ো পোৱা যায়?

এই কাৰণতেই PPF হৈছে দীৰ্ঘম্যাদি সঞ্চয়ৰ ভাল বিকল্প৷

কিয় PPF বাচি ল’ব?

PPF ৰ বিনিয়োগকাৰীয়ে ধন নিৰাপদে থকাৰ গেৰেণ্টি পোৱাৰ ওপৰিও স্থিৰ সুদ পায়৷

চৰকাৰে বিনিয়োগৰ সম্পূৰ্ণ নিশ্চয়তা দিয়ে৷

কৰ ৰেহাইৰ ফলত ৰিটাৰ্ণ বৃদ্ধি পায়৷

বিনিয়োগকাৰীসকলৰ অৰ্থ সম্পূৰ্ণ নিৰাপদে থাকে৷

ধীৰে ধীৰে এটা বৃহৎ আৰু শক্তিশালী ফাণ্ড তৈয়াৰ হয়৷

( এই বাতৰি কেৱল তথ্যৰ উদ্দেশ্যে প্ৰকাশ কৰা হৈছে৷ সিদ্ধান্ত লোৱাৰ পূৰ্বে বিনিয়োগ বিশেষজ্ঞৰ পৰামৰ্শ লওক৷) 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

August 18, 2026
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে
জীৱনশৈলী

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

August 18, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
Next Post
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.