• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা? সবিশেষ…

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা? সবিশেষ…

3 years ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

11 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

12 hours ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

12 hours ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

13 hours ago
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

14 hours ago
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

15 hours ago
ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

16 hours ago
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

17 hours ago
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

17 hours ago
২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

1 day ago
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

2 days ago
এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 7, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা? সবিশেষ…

editor by editor
March 18, 2023
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা? সবিশেষ…
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চকলেট খাবলৈ কোনে পছন্দ নকৰে? চকলেট কোনোৱে বেয়া পাওঁ বুলি ক’লে তেওঁ এজন ব্যতিক্ৰম লোক বুলিয়েই ক’ব পাৰি৷ বিশ্বতেই প্ৰচলিত চকলেটক লৈ আছে নানান প্ৰবাদো৷ মায়া সভ্যতাত চকলেটক কোৱা হয়, ‘ড্ৰিংকছ অৱ গড’৷ কোকো গছৰ বীজৰ পৰা তৈয়াৰ হয় চকলেট৷ সাধাৰণতে মধ্য আমেৰিকাত এই গছ বেছিকৈ পোৱা যায়৷ চকলেট শৰীৰৰ বাবে প্ৰয়োজনীয় নে? চকলেট মুখত দিলে বহুতৰেই মন ভৰি যায়৷ চিকিৎসা বিজ্ঞানে প্ৰকাশ কৰা অনুযায়ী মেগনেছিয়াম, জিংক, আয়ৰণ, ফছফৰাছ, কপাৰ, প্ৰটিন, কাৰ্ব ছুগাৰ, ফাইবাৰ ইত্যাদি উপাদান চকলেটত থাকে৷ চকলেট খালে সেয়ে শৰীৰত বহু উপকাৰো হয়৷

হাৰ্টৰ বাবে চকলেট উপকাৰী
সকলোধৰণৰ চকলেটৰ মাজতেই ডাৰ্ক চকলেট সকলোতকৈ বেছি উপকাৰী৷ ডাৰ্ক চকলেটত এনে কিছু এণ্টি অক্সিডেণ্ট থাকে যিসমূহ হাৰ্টৰ বাবে অতি উপকাৰী৷ চকলেটে ব্লাছ প্ৰেছাৰ কমাই দিব পাৰে৷ চকলেটে তেজৰ চলাচল স্বাভাৱিক কৰে যাৰফলত কৰোনাৰি আৰ্টাৰি ডিজিজকে ধৰি ষ্ট্ৰোক আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমাই দিয়ে৷ সেয়ে নিয়মিতভাৱে ডাৰ্ক চকলেট খালে হাৰ্টৰ অসুখৰ পৰা বাচি থাকিব পাৰিব৷

ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই
ডাৰ্ক চকলেটে ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই৷ ফ্লাভেনয়েডছে অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰে৷ শৰীৰত থকা নানান ক্ষতিকাৰক উপাদান দেহৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে ডাৰ্ক চকলেটে৷ যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়৷ সমীক্ষাত লাভ কৰা অনুযায়ী চকলেট খালে ৰোগ প্ৰতিৰোধী ক্ষমতা বহুপৰিমানে বাঢ়ি যায়৷ সংক্ৰমনকাৰী বেক্টেৰীয়া আৰু ভাইৰাছ দূৰত থাকিবলৈ বাধ্য হৈ পৰে৷

ডায়াবেটিছ দূৰীকৰণৰ মহৌষধ
ডায়বেটিছ সমগ্ৰ দেশৰ লোকৰেই অন্য এক প্ৰধান সমস্যা৷ এই ৰোগে শৰীৰৰ বিভিন্ন অংগৰ ওপৰত প্ৰভাৱ পেলায়৷ কিডনী, চকু, স্নায়ুৰ ওপৰত নেতিবাচক প্ৰভাৱ সকলোতকৈ বেছি পৰে৷ ডাৰ্ক চকলেট খায়েই ডায়াবেটিছ দূৰ কৰিব পাৰি৷ ডাৰ্ক চকলেটত থকা এপিকেটেচিনে ইনছুলিনৰ কাৰ্যকাৰিতা বহুগুণে বৃদ্ধি কৰে৷

মস্তিষ্কৰ ক্ষমতা বঢ়ায়
চকলেটত আছে ফ্লেভানলছ৷ এই ফ্লেভানলছে ব্ৰেইনৰ ফাংছনৰ ওপৰত প্ৰভাৱ পেলায়৷ দেখা গৈছে যে চকলেট খালে ব্ৰেইনৰ প্ৰবলেম ছলভিং ক্ষমতা বাঢ়ি যায়৷ ফলত মগজুৱে সকলো পৰিস্থিতিতেই দ্ৰুততৰভাৱে কাম কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰোপৰি স্মৃতিশক্তিও বহুপৰিমানে বাঢ়ি যায়৷ গৱেষণাত প্ৰমাণিত হৈছে যে চকলেট খোৱাৰ ফলত ব্ৰেইনৰ ব্লাড চাৰকুলেছন স্বাভাৱিক হৈ পৰে৷ সেয়ে নিয়মিতভাৱেই একোজন ব্যক্তিয়ে চকলেট খাব পাৰে৷

ষ্ট্ৰেছ কমায়
দুশ্চিন্তা আমাৰ প্ৰায়সংখ্যকৰে এৰাব নোৱাৰা সংগী৷ সকলোসময়তে ব্যস্ত হৈ থাকিলেও কোনোবাটো ক্ষণত দুশ্চিন্তা মনলৈ আহেই৷ গৱেষণাত দেখা গৈছে যে চকলেট খালে ষ্ট্ৰেছ হৰমন কৰ্টিছলৰ ক্ষৰণ কমে৷ ফলত দুশ্চিন্তা কমি যায়৷ সেয়ে নিয়মিতভাৱে ডাৰ্ক চকলেট গ্ৰহণ কৰাত একো অসুবিধা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব
জীৱনশৈলী

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

November 6, 2025
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

November 6, 2025
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ
জীৱনশৈলী

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

November 6, 2025
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
Next Post
শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

‘ভাৰতীয় বাবেই ইমান বাধা পাইছো! হলিউডতো বৈষম্যতা…’ সৰৱ প্ৰিয়ংকা চোপ্ৰা

'ভাৰতীয় বাবেই ইমান বাধা পাইছো! হলিউডতো বৈষম্যতা...’ সৰৱ প্ৰিয়ংকা চোপ্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.