• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

3 months ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

2 minutes ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

57 minutes ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

2 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

3 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

4 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

6 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

18 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

19 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

20 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

editor by editor
March 28, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যস্তময় জীৱনত ফাষ্টফুড আৰু অতি প্ৰক্ৰিয়াজাত খাদ্য আমাৰ খাদ্যভাষৰ এটা অংশ হৈ উঠিছে৷ সাম্প্ৰতিক গৱেষণাত প্ৰকাশ পাইছে যে এইসমূহ খাদ্যই কেৱল মেদবহুলতা বা ডায়বেটিছৰ আশংকাই নবঢ়াই ই পুৰুষৰ উৰ্বৰতাকো গুৰুতৰভাৱে প্ৰভাৱিত কৰে৷ বিশেষজ্ঞসকলৰ মতে অতি প্ৰক্ৰিয়াজাত খাদ্যত থাকে অতিৰিক্ত ট্ৰান্স ফেট, সংৰক্ষণকাৰী ৰাসায়নিক, হৰমন দূষিত উপাদান আৰু অত্যধিক চেনী৷ যিয়ে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা, গতি আৰু গঠন নষ্ট কৰিব পাৰে৷ আনকি একাধিক গৱেষণাত দেখা গৈছে যে এই খাদ্য বেছিকৈ খোৱা পুৰুষৰ শুক্ৰাণু উৎপাদনৰ বাবে প্ৰয়োজনীয় ফলিকল উত্তেজক হৰমনৰ মাত্ৰা উল্লেখযোগ্যভাৱে কম থাকে৷

কোনবোৰ খাদ্য বেছি ক্ষতিকৰ?

প্ৰছেছড মাংস

হটডগ, বেকন, ছালমিৰ দৰে খাদ্যই শুক্ৰাণুৰ সংখ্যা কমাই দিয়ে আৰু অস্বাভাৱিক আকৃতিৰ শুক্ৰাণুৰ হাৰ বঢ়ায়৷

উচ্চ ফেটযুক্ত দুগ্ধজাত খাদ্য

সম্পূৰ্ণ ফেটযুক্ত গাখীৰ আৰু চিজে শুক্ৰাণুৰ গতি কমাব পাৰে৷

ট্ৰান্স ফেট

ভজা খাদ্য, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাই আৰু পেকেটজাতীয় বেকড আইটেমত থকা ট্ৰান্স ফেটে শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰে৷

অত্যধিক ছয়াবিন খোৱা

ছয়াবিনত থকা ফাইটো ইষ্ট্ৰোজেনে হৰমনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে৷ বিশেষকৈ মেদবহুল পুৰুষৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছিকৈ দেখা যায়৷

উচ্চ মাৰ্কাৰিযুক্ত মাছ

টুনা আৰু ছৰ্ডফিচৰ দৰে মাছ অত্যধিক পৰিমাণে খালে শুক্ৰাণুৰ ডিএনএ ক্ষতিগ্ৰস্থ হব পাৰে৷

চেনী আৰু ছফ্ট ড্ৰিংকছ

অত্যধিক চেনীয়ে ইনছুলিন ৰেজিষ্টেন্স, মেদবহুলতা আৰু টেষ্টোষ্টেৰণ হ্ৰাস কৰে৷ ফলত শুক্ৰাণু ক্ষতিগ্ৰস্থ হয়৷

কীটনাশক দূষিত ফল আৰু পাচলি

পেষ্টিছাইডযুক্ত শাকপাচলি আৰু ফলে শুক্ৰাণুৰ গুণমান কমাই দিয়ে৷

চিকিৎসকৰ মতে পুৰুষৰ প্ৰজনন ক্ষমতা ৰক্ষাৰ বাবে খাদ্যতালিকাত বেছিকৈ ৰাখিব লাগে তাজা ফল, পাচলি, পূৰ্ণ শস্য, বাদাম আৰু ওমেগা ৩ সমৃদ্ধ মাছ৷ ইয়াৰ সৈতে অতি প্ৰক্ৰিয়াজাত খাদ্য, ছফ্ট ড্ৰিংকছ আৰু প্ৰছেছড মাংস যিমান সম্ভৱ এৰাই চলা উচিত৷ গৱেষণাই লগতে কৈছে প্ৰক্ৰিয়াজাত খাদ্য অত্যধিক ব্যৱহাৰ কৰিলে ওজন বঢ়াই নহয়, বৰং একেই কেলৰিৰ অন্য খাদ্যৰ তুলনাত শৰীৰত বেছি চৰ্বি জমা হোৱাত সহায় কৰে৷ ফলত পুৰুষৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰিও ভৱিষ্যতে সন্তান জন্মৰ সক্ষমতাকো বাধা প্ৰদান কৰে৷

এককথাত আপুনি যি খাদ্য গ্ৰহণ কৰে তাৰ প্ৰভাৱ আপোনাৰ দেহৰ প্ৰতিটো অংশত পৰে৷ সুস্থ প্ৰজন্মৰ বাবে এতিয়াই সচেতন হোৱা জৰুৰী৷ গৱেষকে জনাইছে যে আধুনিক জীৱনৰ বাহিৰত খোৱাৰ প্ৰৱণতা দ্ৰুত বাঢ়িছে আৰু বেছিভাগেই অতি প্ৰক্ৰিয়াজাত খাদ্য৷ বহুক্ষেত্ৰত ব্যস্ততাৰ কাৰণে পুৰুষে সঠিক খাদ্যভাষত মন দিব নোৱাৰে৷ ফলত দীৰ্ঘম্যাদি প্ৰভাৱ পৰিছে তেওঁলোকৰ হৰমন, প্ৰজনন ক্ষমতা আৰু সামগ্ৰিক মানসিক স্বাস্থ্যৰ ওপৰতো৷ সেয়ে নিয়মিত ব্যায়াম, টোপনি আৰু সুষম খাদ্য গ্ৰহণেই এতিয়া একমাত্ৰ সমাধান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
Next Post
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.