• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

43 minutes ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

6 minutes ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

1 hour ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

2 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

3 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

3 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

4 hours ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

22 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

23 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

23 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

24 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

1 day ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

editor by editor
April 29, 2026
in বাণিজ্য, বিবিধ, লেখা
0
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বজাৰৰ অস্থিৰতা আৰু বিশ্ব উত্তেজনাৰ মাজত বেছিভাগ মানুহেই নিৰাপদ বিনিয়োগ বিচাৰিছে। এই প্ৰসংগতMonthly Income Scheme (POMIS) এ এক নিৰ্ভৰযোগ্য বিকল্প আগবঢ়ায়। ই নিৰাপদ বিনিয়োগ নিশ্চিত কৰে আৰু এটা নিৰ্দিষ্ট মাহিলী আয় প্ৰদান কৰে।

ডাকঘৰৰ এম আই এছ কি?

এইটো কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থিত আৰু বিশেষভাৱে কোনো বিপদ নোহোৱাকৈ নিয়মীয়া মাহিলী আয় বিচৰা ব্যক্তি যেনে অৱসৰপ্ৰাপ্ত ব্যক্তি বা নিৰ্দিষ্ট আয় বিচৰা বিনিয়োগকাৰীৰ বাবে ডিজাইন কৰা হৈছে।

সুতৰ হাৰ কিমান?

বৰ্তমান এই আঁচনিৰ জৰিয়তে বাৰ্ষিক সুতৰ হাৰ ৭.৪০%। ভাল কথাটো হ’ল এই সুত প্ৰতিমাহে আপোনাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হয়, যাৰ ফলত আপোনাৰ নিয়মীয়া আয়ৰ সুবিধা হয়।

প্ৰতিমাহে ৫৫৫০ টকা কেনেকৈ পাব?

এই আঁচনিখনত যদি আপুনি ৯ লাখ টকা বিনিয়োগ কৰে তেন্তে আপুনি বাৰ্ষিক প্ৰায় ৬৬,৬০০ টকা সুত লাভ কৰিব। ইয়াক মাহেকীয়াকৈ ভাগ কৰিলে আপুনি প্ৰতিমাহে প্ৰায় ৫,৫৫০ টকা লাভ কৰিব।

যৌথ একাউণ্টত অধিক সুবিধা

যৌথ একাউণ্ট খুলিলে সৰ্বোচ্চ বিনিয়োগৰ সীমা ১৫ লাখ টকালৈ বৃদ্ধি পায়। ইয়াৰ ফলত বাৰ্ষিক প্ৰায় ১ লাখ ১১ হাজাৰ টকাৰ সুত পোৱা যাব, যাৰ অৰ্থ হ’ল মাহিলী আয় প্ৰায় ৯,২৫০ টকা।

বিনিয়োগৰ সময়সীমা আৰু নিয়ম

এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড ৫ বছৰ। অৰ্থাৎ ৫ বছৰৰ পিছত আপোনাৰ সমগ্ৰ কৰ্পাছ উলিয়াব পাৰিব। ইচ্ছা কৰিলে পুনৰ বিনিয়োগ কৰি মাহিলী আয় লাভ কৰি থাকিব পাৰে। কিন্তু অকালতে উলিওৱাৰ ক্ষেত্ৰত জৰিমনা থাকে, গতিকে বিনিয়োগ কৰাৰ আগতে এই কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ।

কিয় ই এটা ভাল বিকল্প?

নিৰাপদ আৰু নিয়মীয়া আয় বিচৰা বিনিয়োগকাৰীৰ বাবে ডাকঘৰৰ এম আই এছ ভাল। ৰিস্ক প্ৰায় নগণ্য আৰু ৰিটাৰ্ণ নিৰ্দিষ্ট। মুঠতে যদি আপুনি কোনো ধৰণৰ বিপদ নোহোৱাকৈ নিৰ্দিষ্ট মাহিলী আয় বিচাৰে তেন্তে এই আঁচনিখন আপোনাৰ বাবে এটা ভাল বিকল্প হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!
জীৱনশৈলী

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

April 29, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!
জীৱনশৈলী

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

April 29, 2026
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!
জীৱনশৈলী

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

April 29, 2026
Next Post
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.