• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

7 months ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

18 minutes ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

58 minutes ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

2 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

2 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

3 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

4 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

5 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

6 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

16 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

16 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

editor by editor
September 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ সময়ত প্ৰত্যেকেই প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব খোজে৷ আপুনি যদি অলপ সঞ্চয় কৰিয়েই ডাঙৰ এটা ফাণ্ড তৈয়াৰ কৰিব খোজে তেন্তে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিম আপোনাৰ বাবে ভাল বিকল্প হব পাৰে৷ এই স্কিমত, একেবাৰে মূলধন ব্লক কৰাৰ প্ৰয়োজন নাই৷ ৰেকাৰিং ডিপোজিটত আপুনি মিউচুৱেল ফাণ্ড এছ আই পিৰ দৰে প্ৰতিমাহে অলপ পৰিমাণে ধন জমা কৰিব পাৰে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটত একাউণ্ট খোলাৰ সুবিধা আছে৷ FDৰ দৰে ৰেকাৰিং ডিপোজিটৰ ওপৰত সুদো পোৱা যায়৷ ইয়াৰ সৈতে এটা দীৰ্ঘ সময়ৰ বিনিয়োগ কৰাৰ বাবেও আপোনাক উৎসাহিত কৰে৷

এই স্কিমত আপুনি বাৰ্ষিক ৬.৭ শতাংশ ৰিটাৰ্ণ পাব৷ ই চক্ৰবৃদ্ধি সুদ দিয়ে৷ অৰ্থাৎ আপুনি সুদৰ ওপৰতো সুদ পাব৷ এই পৰিস্থিতিত আপুনি যদি এই স্কিমত ৫ বছৰ ধৰি প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰে তেন্তে আপোনাৰ মুঠ ৩ লাখ বিনিয়োগ হব৷ ম্যাদপূৰ্তিত আপুনি মুঠ ৩৫৬৮৩০ টকা পাব৷ এই পৰিস্থিতিত আপুনি এই স্কিমত মুঠ ৫৬৮৩০ টকা লাভ পাব৷

পোষ্ট অফিচৰ RD স্কিম কি?

বিনিয়োগৰ দিশৰ পৰা পোষ্ট অফিচৰ RD স্কিমক ভাল বুলি ধাৰণা কৰা হয়৷ আপুনি ১০০ টকাৰ পৰাই ইয়াত একাউণ্ট খুলিব পাৰে৷ সৰ্বোচ্চ জমাৰ পৰিমাণৰ কোনো সীমা নাই৷ ১০ বছৰতকৈ বেছি বয়সীয়া এজন নাবালকৰ বাবেও তেওঁৰ পিতৃ মাতৃয়ে একাউণ্ট খুলিব পাৰে৷ ১৮ বছৰ বয়স পাৰ হোৱাৰ পাছত আৰু এখন কেৱাইচি ফৰ্ম পূৰণ কৰিব লাগে৷

কিন্তু পোষ্ট অফিচৰ আৰ ডিত ম্যাদ ৫ বছৰ৷ অৰ্থাৎ আপুনি যদি বিনিয়োগ কৰে তেন্তে আপুনি কমেও ৫ বছৰ অপেক্ষা কৰিব লাগিব৷ আপুনি বিচাৰিলে একাউণ্ট খোলাৰ ৩ বছৰ পাছত একাউণ্টটো বন্ধও কৰি দিব পাৰে৷ যদি একাউণ্টধাৰীৰ মৃত্যু হয় তেতিয়া নমিনি ব্যক্তিয়ে সেই অৰ্থ দাবী কৰিব পাৰে অথৱা একাউণ্টটো চলাই যাব পাৰে৷ আপুনি মোবাইল বেংকিং বা ই বেংকিঙৰ মাধ্যমেৰেও এই একাউণ্ট খুলিব পাৰে৷

১৭ লাখ টকাৰ ফাণ্ড কেনেকৈ প্ৰস্তুত কৰিব?

পোষ্ট অফিচ ৰেকাৰিং ডিপজিটৰ ওপৰত ৬.৭শতাংশ ফিক্স ৰিটাৰ্ণ দিয়ে৷ আপুনি এই স্কিমত সৰ্বনিম্ন ১০০ টকা বিনিয়োগ কৰিব পাৰে৷ কিন্তু ১৭ লাখ টকাৰ ফাণ্ড সংগ্ৰহ কৰিবলৈ হলে আপুনি প্ৰতিদিনে ৩৩৩ টকা বিনিয়োগ কৰিব লাগিব৷ অৰ্থাৎ আপুনি প্ৰতিমাহে প্ৰায় ১০,০০০ টকা বিনিয়োগ কৰিব লাগিব৷ আপুনি যদি প্ৰতিমাহে ১০০০০ টকাকৈ বিনিয়োগ কৰে তেন্তে আপুনি কেইবছৰৰ ভিতৰত সহজেই ১৭ লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
Next Post
দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.