• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

5 months ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

5 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

6 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

6 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

10 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

11 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম... প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

editor by editor
April 11, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
0
SHARES
542
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি যদি নিৰাপদ বিনিয়োগৰ সৈতে ভৱিষ্যতে বৃহৎ অংকৰ তহবিল তৈয়াৰ কৰিব খুজিছে তেন্তে পোষ্ট অফিচৰ স্মল ছেভিংছ স্কিমসমূহ আপোনাৰ বাবে ভাল বিকল্প হব পাৰে৷ চৰকাৰৰ গেৰেণ্টি থকা এই সকলো স্কিমত ধন হেৰুওৱাৰ ভয় নাই বুলিবই পাৰি৷ তেনে এক জনপ্ৰিয় আৰু ভৰসাযোগ্য প্ৰকল্প হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট৷

পোষ্ট অফিচ RD স্কিম কি?

পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতিমাহে নিৰ্দিষ্ট অংকৰ ধন জমা কৰি নিৰ্দিষ্ট ম্যাদৰ শেষত বৃহৎ অংকৰ তহবিল গঢ়ি তোলা সম্ভৱ৷ বৰ্তমান এই স্কিমত বাৰ্ষিক সুদৰ হাৰ প্ৰায় ৬.৭শতাংশ৷ সাধাৰণতে ম্যাদ ৫ বছৰ হ’লেও প্ৰয়োজন হ’লে এই ম্যাদ বঢ়াবও পাৰি৷

এই স্কিমসমূহৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে সুদৰ হাৰ পৰ্যালোচনা আৰু সংশোধন কৰা হয়৷ ফলত বজাৰৰ পৰিস্থিতিৰ সৈতে তাল মিলাই বিনিয়োগকাৰীয়ে লাভৰ সুযোগ পায়৷ ইয়াত মাত্ৰ ১০০ টকা দিয়েই বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ ৫ বছৰৰ মেচিউৰিটি পিৰিয়ড-পোষ্ট অফিচৰ এই চৰকাৰী ছেভিংছ স্কিমত সহজেই একাউণ্ট খুলিব পাৰি৷ এই প্ৰকল্পৰ সকলোতকৈ ডাঙৰ আকৰ্ষণ হৈছে- ইয়াত নাবালকৰ বাবেও একাউণ্ট খোলাৰ সুযোগ আছে৷

মেচিউৰিটিৰ আগত একাউণ্ট বন্ধ কৰাৰ সুবিধা আছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমৰ বিনিয়োগকাৰীৰ৷ তেওঁলোকৰ বাবে একাধিক অতিৰিক্ত সুবিধাও দিয়া হয়৷ ইয়াৰ মাজত আছে প্ৰি মেচিউৰ ক্লোজাৰৰ সুবিধা৷ যদি কোনো বিনিয়োগকাৰীয়ে কোনো ব্যক্তিগত বা জৰুৰী কাৰণত মেচিউৰিটিৰ পূৰ্বেই একাউণ্ট বন্ধ কৰিব খোজে তেন্তে ৩ বছৰ পূৰ্ণ হোৱাৰ পাছত তেওঁ এই অপশ্ব্যনটো বাচি ল’ব পাৰে৷ ইয়াত জৰুৰী পৰিস্থিতিত জমা টকা পোৱাৰ সুবিধা থাকে৷

একাউণ্ট হোল্ডাৰৰ মৃত্যু হলে কি হ’ব?

কোনো কাৰণত একাউণ্ট হোল্ডাৰৰ মৃত্যু হলে নমিনিয়ে সহজেই জমা টকা ক্লেম পৰিব পাৰিব৷ কেৱল সেয়াই নহয় নমিনিয়ে বিচাৰিলে এই RD একাউণ্ট আগৰ দৰেই চলাই যোৱাৰো সুযোগ পায়৷ ফলত পৰিয়ালে আৰ্থিক সুৰক্ষা লাভ কৰে আৰু সঞ্চয় প্ৰক্ৰিয়াও ৰৈ নাযায়৷

৪০০ টকাৰ পৰা ২০ লাখ টকা জমা কৰাৰ অংক জানি থওক

কেনেকৈ পোষ্ট অফিচৰ এই চৰকাৰী নিয়মিত মাত্ৰ ৪০০ টকা সঞ্চয় কৰি ২০ লাখ টকাতকৈ বেছি ফাণ্ড তৈয়াৰ কৰা সম্ভৱ৷ প্ৰকৃততে সম্পূৰ্ণ হিচাপ সহজেই ওলিয়াব পাৰি৷ ধৰা হ’ল এজন বিনিয়োগকাৰীয়ে প্ৰতিদিনে ৪০০ টকাকৈ সঞ্চয় কৰিছে৷ অৰ্থাৎ তেওঁৰ মাহিলী সঞ্চয় ১২০০০ টকা৷ এই টকা নিয়মিতভাৱে পোষ্ট অফিচ ৰেকাৰিং ডিপোজিটত জমা কৰা হৈছে৷ ৫ বছৰত জমা হ’ব কিমান টকা?

Post Office RD Calculator অনুসৰি যদি কোনোৱে মাহিলী ১২০০০ টকাকৈ জমা কৰি ৫বছৰ ধৰি বিনিয়োগ কৰে তেন্তে মুঠ জমাৰ পৰিমাণ হ’ব প্ৰায় ৭.২০ লাখ টকা৷ ৫বছৰৰ শেষত মুঠ ফাণ্ড হ’ব ৮,৫৬,৩৮৮ টকা৷ এই বাঢ়ি যোৱা অংশটোৱেই হৈছে সুদ৷ বিনিয়োগকাৰীয়ে প্ৰথম ৫বছৰ পূৰ্ণ হোৱাৰ পাছত আৰু ৫ বছৰৰ বাবে RD একাউণ্ট বঢ়াই দিয়ে তেন্তে দীৰ্ঘম্যাদি ৰিটাৰ্ণ আৰু আকৰ্ষণীয় হৈ উঠে৷ মুঠ বিনিয়োগ ১৪.৪০ লাখ টকা৷ মেচিউৰিটিৰ সময়ত মুঠ প্ৰাপ্ত ফাণ্ড ২০, ৫০, ২৪৮ টকা৷ সুদৰ পৰাই আয় হ’ব মুঠ ৬, ১০, ২৪৮ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
Next Post
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.