• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?

প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?

5 months ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

32 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

51 minutes ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

18 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

18 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

19 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

19 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

21 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

21 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

22 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

23 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

23 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?

প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?

editor by editor
October 17, 2025
in জীৱনশৈলী
0
প্ৰতিদিনে মাত্ৰ ২২২ টকাকৈ বিনিয়োগ কৰি ৰিটাৰ্ণ পাব ১১ লাখ টকা, জানি থওক কি এই লাখপতি স্কিম?
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোষ্ট অফিচ কেৱল চিঠি পঠিওৱা মাধ্যমেই নহয়৷ বৰং বিনিয়োগৰ বাবেও বহু বিকল্প আছে৷ ইয়াৰ মাজত এক বিশেষ স্কিম আছে৷ মাত্ৰ ২২২ টকা বিনিয়োগ কৰি ১১ লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ ইয়াৰ বাবে হিচাপ জানি থোৱা জৰুৰী৷

RD স্কিম

পোষ্ট অফিচৰ বিভিন্ন স্কিম সম্পৰ্কে সকলোৱে জানে৷ ইয়াৰ মাজতেই এটা হৈছে ৰেকাৰিং ডিপোজিট৷ যাতে প্ৰতিদিনে মাত্ৰ ২২২ টকা সাশ্ৰয় কৰি ১.১ মিলিয়নৰ এক ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ এই প্ৰকল্পটো চৰকাৰী গেৰাণ্টিসহ অৰ্থ সম্পূৰ্ণ নিৰাপদ৷ পোষ্ট অফিচৰ আৰ ডি স্কিমত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ জমা কৰিব পাৰে৷ যদি প্ৰতিদিনে ২২২ টকা সঞ্চয় কৰে তেন্তে মাহত হয় ৬,৬৬০ টকা৷ পাঁচ বছৰত হয় মুঠ ৩৯৯৬০০ টকা৷ এই পৰিমানৰ অৰ্থত বাৰ্ষিক ৬.৭শতাংশ বাৰ্ষিক সুদ প্ৰদান কৰিব যি প্ৰতি তিনি মাহৰ অন্তত চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাব৷ ইয়াৰ অৰ্থ হৈছে সুদৰ ওপৰত সুদ৷

৫ বছৰৰ পাছত কিমান টকা পাব?

এইক্ষেত্ৰত ৫ বছৰৰ পাছত আপুনি পাব ৪,৭৫, ২৯৭ টকা৷ যদি এই বিনিয়োগ আৰু ৫ বছৰ অৰ্থাৎ মুঠ ১০ বছৰ ধৰি চলোৱা হয় তেতিয়া বিনিয়োগ বাঢ়ি হ’ব ৭৯৯,২০০ টকা৷ মুঠ পৰিমাণ বাঢ়ি হ’ব ১১৩৭,৮৯১ টকা৷ এইদৰে ১০ বছৰ পাছত ১১ লাখ টকা পাব৷ মাত্ৰ ২২২ টকাৰ এটা সৰু দৈনিক সঞ্চয় দিয়েই এক ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷

এই স্কিমৰ সুবিধা কি?

এই স্কিমৰ সকলোতকৈ ভাল দিশ হৈছে আৰম্ভ কৰাৰ বাবে বহু বেছি ধনৰ প্ৰয়োজন নহয়৷ প্ৰতিমাহে মাত্ৰ ১০০ টকাৰেই এই স্কিম আৰম্ভ কৰিব পাৰে৷ এই স্কিমৰ সুবিধা হৈছে সকলো বয়সৰ মানুহৰ বাবে উন্মুক্ত৷ তৰুণ, বৃদ্ধ অথৱা কোনো শিশুৰ বাবেও একাউণ্ট খুলিব পাৰে৷

ছিংগল অথৱা জয়েণ্ট একাউণ্টো খুলিব পাৰে৷ যদি ধনৰ প্ৰয়োজন হয় তেতিয়া তিনি বছৰৰ পাছত একাউণ্টটো বন্ধ কৰিও দিব পাৰে৷ ইয়াৰোপৰি যদি এবছৰ ধৰি ধাৰাবাহিকভাৱে ধন জমা কৰি থাকে তেন্তে ৫০ শতাংশ পৰ্যন্ত ঋণো পাব পাৰে৷ এই ঋণৰ বাবে কেৱল মাত্ৰ অতিৰিক্ত ২ শতাংশ সুদৰ প্ৰয়োজন হয়৷ যি প্ৰয়োজনৰ সময়ত এক উল্লেখযোগ্য সহায়তা হ’ব পাৰে৷

নমিনিৰ বিকল্প আছে

এই স্কিমত নমিনিৰো বিকল্প আছে৷ কোনো অপ্ৰত্যাশিত ঘটনাৰ ক্ষেত্ৰত নমিনিয়ে একাউণ্টটো দাবী কৰিব বা চলাইয়ো যাব পাৰে৷ স্কিমৰ ম্যাদ ৫ বছৰ, কিন্তু ইয়াক আকৌ ৫ বছৰলৈ আপুনি বঢ়াই দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 13, 2026
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
Next Post
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

ধনৰ দেৱতা কুবেৰৰ প্ৰিয় ৪ ৰাশি, ধনতেৰছৰ পৰাই গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ

ধনৰ দেৱতা কুবেৰৰ প্ৰিয় ৪ ৰাশি, ধনতেৰছৰ পৰাই গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.