• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?

বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?

1 year ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

18 minutes ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

1 hour ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

2 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

2 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

4 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

4 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

5 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

15 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

15 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

16 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?

বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?

editor by editor
December 24, 2024
in জীৱনশৈলী, বাণিজ্য
0
বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?
0
SHARES
842
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰু বিনিয়োগেই হওক বা ডাঙৰ বিনিয়োগ হওক সকলোবোৰেই বজাৰৰ ওঠানমাৰ সৈতে যুক্ত৷ যি অনুমান কৰা কঠিন৷ তেন্তে নিৰাপদ বিনিয়োগ কি? এনে কিছু বিনিয়োগ বিকল্প আছে য’ত বিনিয়োগ কৰিলে ধন একেবাৰেই নিৰাপদে থাকে, ৰিটাৰ্ণো ভাল পোৱা যায়৷

তেনে এক নিৰাপদ বিনিয়োগৰ বিকল্প হৈছে প’ষ্ট অফিচৰ টাৰ্ম ডিপজিট স্কিম৷ প’ষ্ট অফিচৰ টাৰ্ম ডিপ’জিট স্কিম বেংক FDৰ দৰেই৷ প’ষ্ট অফিচত ১ৰ পৰা ৫বছৰৰ বাবে টাৰ্ম ডিপজিট আছে৷ প’ষ্ট অফিচত টাৰ্ম ডিপজিটত বৰ্তমান ৬.৯০ শতাংশৰ পৰা ৭.৫০শতাংশ পৰ্যন্ত সুদ পোৱা যায়৷

প’ষ্ট অফিচৰ টাইম ডিপজিট স্কিমত চাৰিটা সময়সীমা আছে৷ প্ৰত্যেকৰে সুদৰ হাৰ বেলেগ বেলেগ৷ জানি থওক সাম্প্ৰতিক সময় প’ষ্ট অফিচৰ টাৰ্ম ডিপজিটত সুদৰ হাৰ

১বছৰৰ বাবে সুদ ৬.৯০শতাংশ
২বছৰৰ বাবে ৭শতাংশ
৩বছৰৰ বাবে ৭.১০ শতাংশ
৫বছৰৰ বাবে ৭.৫০শতাংশ
জানি থওক প’ষ্ট অফিচৰ টাৰ্ম ডিপজিট স্কিমত ১০লাখ টকা বিনিয়োগ কৰিলে ৫বছৰত কিমান টকা পোৱা যাব? প’ষ্ট অফিচৰ টাইম ডিপজিট স্কিম বেংকৰ ফিক্সড ডিপজিটৰ দৰেই এটা ছেভিংছ স্কিম৷ পোষ্ট অফিচৰ টাইম ডিপজিট স্কিমত ১০০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰা যায় আৰু ইয়াৰ কোনো ঊৰ্ধসীমা নাই৷ প’ষ্ট অফিচৰ টাইম ডিপজিট স্কিমত ৫বছৰৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰীৰ ধাৰা ৮০ চি অনুসৰি টেক্সত ৰেহাইয়ো পাব৷
পষ্ট অফিচৰ টাইম ডিপজিট স্কিমত ৫বছৰৰ বাবে ১০লাখ টকা বিনিয়োগৰ ক্ষেত্ৰত মেচিউৰিটিৰ সময়ত ১৪,৪৯,৯৪৯ পোৱা যায়৷ অৰ্থাৎ প’ষ্ট অফিচৰ টাইম ডিপজিট স্কিমত ৫বছৰৰ বাবে ১০লাখ টকা বিনিয়োগৰ ক্ষেত্ৰত সুদ হিচাপে ৪,৪৯,৯৪৯টকা পোৱা যায়৷
অৱশ্যে এই কথা মূৰত ৰাখিব লাগে যে পষ্ট অফিচৰ টাইম ডিপজিট স্কিমৰ ক্ষেত্ৰত ৬মাহৰ ভিতৰত কোনো ধন উঠাব নোৱাৰি৷ আৰু এই স্কিমৰ ডাঙৰ সুবিধা এয়ে যে পষ্ট অফিচৰ টাইম ডিপজিট স্কিমত মেচিউৰিটিৰ পাছতো ইয়াক চলাই থাকিব পাৰি৷ প’ষ্ট অফিচৰ টাইম ডিপজিট স্কিমৰ ক্ষেত্ৰত বেংকৰ ফিক্সড ডিপজিটতকৈ বেছি মাত্ৰাত সুদ পোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

March 31, 2026
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী
বাণিজ্য

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

March 31, 2026
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Next Post
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰহস্য ফাদিল! বাইকত চুমা আঁকি দিয়া প্ৰেমিক যুগল প্ৰকৃততে বৌৱেক-দেওৰেকহে

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰহস্য ফাদিল! বাইকত চুমা আঁকি দিয়া প্ৰেমিক যুগল প্ৰকৃততে বৌৱেক-দেওৰেকহে

১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো

১৮ বছৰৰ পাছত শনিৰ ৰাশিত ৰাহুৰ ওলোটা গতি, কঁপাল ফুলিব এই ৪ৰাশিৰ জাতকৰ! অৰ্থ, সুখত ভাহিব সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.