দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ৷
ভোটাৰ কাৰ্ড ট্ৰেন্সফাৰৰ বাবে সময় নোপোৱাৰ বাবেই নগাওঁত ভোটদান প্ৰদ্যুৎ বৰদলৈৰ৷
ভোটদান কৰি প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমাধ্যমৰ আগত ৰাখিছে নিজৰ মত৷
মোৰ জীৱনৰ নতুন পাঠ, এনেকুৱা পাঠৰ বাবে মই প্ৰস্তুত নাছিলো৷
এনেকুৱা পাঠৰ বাবে ধুমুহাই আগবঢ়াই নিয়ে, মই আৰু পিছলৈ ওভতি নাচাও৷ আগলৈকে চাম৷
মই নগাওঁবাসীক ধন্যবাদ জনাইছো, কাৰণ নগাঁৱৰ পৰা লোকসভাত মই কংগ্ৰেছৰ পৰা জয়ী হৈছিলো৷
২০১৯ মই কংগ্ৰেছ দলৰ নগাওঁ লোকসভাৰ পৰা জয়ী হৈছিলো৷
২০২৪ চনত মই আকৌ জয়ী হ’লো নগাওঁৰ পৰা, এয়া মোৰ জীৱনৰ এক কৃতজ্ঞতা ভৰা সময় আছিল৷
মই দিছপুৰত আকৌ নতুনকৈ যাত্ৰা আৰম্ভ কৰিছো৷
মীৰা বৰঠাকুৰে চিন্তাতে আবোল তাবোল বকা হৈছে৷
ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















