• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

4 years ago
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

21 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

1 hour ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

10 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

11 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

12 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

12 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

13 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

14 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

15 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

15 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

16 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

editor by editor
April 30, 2022
in ভাৰত, ৰাজনীতি
0
‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ চাণক্য আখ্যা পোৱা প্ৰশান্ত কিশোৰ ওৰফে PKৰ শেহতীয়া এক মন্তব্যই সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷ PKৰ দাবী অনুযায়ী কোনো তৃতীয় বা চতুৰ্থ ফ্ৰণ্টে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক (বিজেপি) পৰাজিত কৰিব নোৱাৰে৷ যদি বিজেপিক পৰাজিত কৰিব লগা হয়, তেন্তে কেৱল দ্বিতীয় ফ্ৰণ্টেহে এইটো কৰিব পাৰিব। সেই বাবে বিজেপিৰ জয়ৰ ঘোঁৰা বান্ধিবলৈ হ’লে আনটো মৰ্চা শক্তিশালী হ’বই লাগিব।

SEE MORE: এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

এটা ব্যক্তিগত টিভি চেনেলৰে হোৱা সাক্ষাৎকাৰত প্ৰশান্ত কিশোৰক আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত কেইবাটাও প্ৰশ্ন সোধা হৈছিল৷ প্ৰশান্ত কিশোৰে এই সম্পৰ্কত স্পষ্ট অভিমত প্ৰকাশ কৰে যে, যদি বিজেপিক পৰাজিত কৰিব লগা হয়, তেন্তে ইয়াৰ বাবে আনটো মৰ্চা শক্তিশালী হৈ উঠিব লাগিব। ২০২৪ চনৰ নিৰ্বাচনত PKয়ে তৃণমূল কংগ্ৰেছক (টিএমচি) তৃতীয় ফ্ৰণ্ট হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিছে নেকি বুলি সোধাত ইয়াৰ প্ৰত্যুত্তৰত তেওঁ কয়- মই কেতিয়াও বিশ্বাস কৰা নাই যে ভাৰতৰ কোনো তৃতীয় বা চতুৰ্থ ফ্ৰণ্টে নিৰ্বাচনত জয়ী হ’ব পাৰে।

SEE MORE: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি

যদি আমি বিজেপিক প্ৰথম ফ্ৰণ্ট হিচাপে বিবেচনা কৰো, তেওঁলোকক পৰাস্ত কৰিবলৈ দ্বিতীয় ফ্ৰণ্ট থাকিব লাগে। যদি এটা দলে বিজেপিক পৰাজিত কৰিব বিচাৰে, তেওঁলোকে আনফালে শক্তিশালী হৈ উঠিব লাগিব, তেতিয়াহে বিষয়টো ঘটিব। আন এক প্ৰশ্নৰ উত্তৰত প্ৰশান্ত কিশোৰে কয় যে তেওঁ কংগ্ৰেছক দ্বিতীয় ফ্ৰণ্ট হিচাপে বিবেচনা নকৰে। তেওঁৰ দৃষ্টিত, কংগ্ৰেছ দল হৈছে দেশৰ কেৱল দ্বিতীয় বৃহত্তম দল।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamnarendra-modiPrashant Kishorprashanta kishore
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
ADULT FILMত অভিনয় কৰি হাতে-লোটে ধৰা পৰিল উৰ্ফি জাভেদ

ADULT FILMত অভিনয় কৰি হাতে-লোটে ধৰা পৰিল উৰ্ফি জাভেদ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.