• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

2 years ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

22 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

60 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

2 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

editor by editor
May 25, 2024
in অসম, জীৱনশৈলী
0
উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যোৰহাট সাহিত্য সভাৰ উদ্যোগত আৰু গুৱাহাটীৰ আমোলন প্ৰকাশনৰ সহযোগত ২৫ মে, ২০২৪ শনিবাৰে শ্ৰীযুত বিজয় সাৰথি শৰ্মাৰ শেহতীয়া উপন্যাস “প্ৰেম এনেকুৱাই” নামৰ শীৰ্ষক গ্ৰন্থখন দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱন, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ প্ৰাংগনত উন্মোচন  কৰা হয়৷

সভাত বিশিষ্ট অতিথি হিচাপে ভৱ গোস্বামী ,সভাপতি যোৰহাট জিলা সাহিত্য সভা আৰু ৰুবী শইকীয়া দাস, অসমীয়া সাহিত্য কলা কেন্দ্ৰ বিশ্বনাথ চাৰিআলি, উপন্যাসিকা জুৰি শইকীয়াৰ উপস্থিতিত ডঃৰাতুল চন্দ্ৰ বৰা,সঞ্চালক, প্ৰাচ্যবিদ্যাৰ্ণৱ ডঃমহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ দ্বাৰা গ্ৰন্থখন উন্মোচন কৰা হয়৷

ভালে কেইগৰাকী বৰেণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই সভাখনত সভাপতিত্ব কৰে যোৰহাট সাহিত্য সভাৰ  উপ সভাপতি উষা বৰাই ৷ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক উত্তম কুমাৰ হাজৰিকাই আৰু শলাগৰ শৰাই আগবঢ়াই দেবাশ্ৰী শইকীয়াই৷৷

উল্লেখ্য যে, নব্বৈৰ দশকত  অসমীয়া ছুটি গল্প লেখক হিচাপে আত্মপ্ৰকাশ কৰা বিজয় সাৰথি শৰ্মাৰ কিছু বছা বছা গল্পৰে ইতিমধ্যেই  প্ৰকাশ হোৱা “আৰক” গ্ৰন্থখন ‘আমোলন প্ৰকাশনে’ উপন্যাস হিচাপে পাঠকলৈ আগবঢ়াইছে৷ ‘প্ৰেম এনেকুৱাই’ আমোলন প্ৰকাশনৰ হৈ ৰমেন্দ্ৰ কুমাৰ ভুঞাই প্ৰকাশ কৰি উলিয়াইছে৷ সুৱাগপুৰ, গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থৰ বেটুপাত অংগসজ্জা কৰিছে ‘ভিছন’ গুৱাহাটীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
আজিৰ ৰাশিফল- পুৱাই কৰক সূৰ্য প্ৰণাম, সূৰ্যদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই সকল ৰাশিৰ

আজিৰ ৰাশিফল- পুৱাই কৰক সূৰ্য প্ৰণাম, সূৰ্যদেৱৰ কৃপাত ভাগ্য উদয় হ'ব এই সকল ৰাশিৰ

চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী

চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.