• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী

চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

5 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

5 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

6 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

6 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

6 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

7 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

10 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

11 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

12 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

13 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী

editor by editor
May 26, 2024
in ভাৰত
0
চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৌদিশে হাহাকাৰ, গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড, ৯ শিশুসহ জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ২৭ গৰাকী

অতিকে শিহৰণকাৰী তথা এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এটা গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ মৃত্যু হৈছে বহু লোকৰ। শনিবাৰ ২৫ মে’ৰ সন্ধিয়া গুজৰাটৰ ৰাজকোট চহৰৰ এটা গেমিং জ’নত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।

বৰ্তমানলৈ প্ৰাপ্ত খবৰ অনুসৰি বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। ৯ টা শিশুসহ মুঠ ২৭গৰাকী লোক অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে এই অগ্নিকাণ্ডটোৰ ফলত। আনহাতে আহতো হৈছে বহু লোক।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মাণ্ডবিয়াই এইমছ ৰাজকোটত ৩০খন আই চি ইউ বিচনা প্ৰস্তুত কৰি এই অগ্নিকাণ্ডত আহতসকলক চিকিৎসা প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ সমান্তৰালকৈ এইমছকো সম্পূৰ্ণ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে, “ৰাজকোটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ দুৰ্ঘটনাত অত্যন্ত দুখী। মোৰ সমবেদনা আপোনজনক হেৰুৱাই পেলোৱা সকলোৰে সৈতে। আহতসকলৰ বাবে প্ৰাৰ্থনা। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে কাম কৰি আছে।” .

আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱা টি ​আৰ পি গেম জ’নৰ মালিক আৰু মেনেজাৰক ইতিমধ্যে আটক কৰা হৈছে। সহকাৰী আৰক্ষী আয়ুক্ত বিনায়ক পেটেলে কয় যে কেইবাটাও মৃতদেহ সম্পূৰ্ণৰূপে জ্বলি গৈছে যাৰ বাবে চিনাক্ত কৰাটো কঠিন।

টি আৰ পি গেমিং জ’নৰ এটা অস্থায়ী গৃহত সংঘটিত হৈছিল এই অগ্নিকাণ্ড। গ্ৰীষ্মকালীন ছুটীৰ বাবে সেই স্থানত বৃহৎ সংখ্যক উপস্থিত থকা বুলিও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।। গেম জ’নত কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ আছিল নে নাই সেইটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে তদন্তকাৰী দল গঠন কৰিছে।

ৰাজ্য চৰকাৰে অগ্নিকাণ্ডত নিহত লোকসকলৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে লগতে আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে।

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, এই বৃহৎ অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

এই অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত গুজৰাট আৰক্ষীয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক ৰাজ্যৰ সকলো গেমিং জ’ন পৰিদৰ্শন কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ অনুমতি অবিহনে চলি থকা জ’নসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire BlastGaming ZonegujratGujrat Gaming ZoneindiaMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ

পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.