• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

1 year ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

4 hours ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

6 hours ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

7 hours ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

9 hours ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

10 hours ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

11 hours ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

1 day ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

editor by editor
May 26, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত
0
SHARES
377
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

দেওবাৰে অৰ্থাৎ আজি পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলত আঘাত হানিব ‘ৰেমাল’ ঘূৰ্ণীবতাহ ধুমুহাই। এই ঘূৰ্ণীবতাহ বাবে সুৰক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিষয়াসকলে। কলকাতা বিমানবন্দৰৰ কাম-কাজ ইতিমধ্যে স্থগিত ৰখাৰ নিৰ্দেশ। এই ধুমুহাৰ বাবে বংগ আৰু উত্তৰ ওড়িশাত অত্যন্ত প্ৰবল বৰষুণৰ সৈতে ঘণ্টাত ১৩০ কিলোমিটাৰ বেগত বতাহ বলি আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কলকাতা, হাওৰা, পূব মিদনাপুৰকে ধৰি পশ্চিম বংগৰ বহু জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। উপকূলত খুন্দা মৰা ঘূৰ্ণীবতাহ ধুমুহা ‘ৰেমাল’ৰ ফলত পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত ১.৫ মিটাৰ পৰ্যন্ত ওখ ঢৌৰ সৃষ্টি হ’ব পাৰে।

দক্ষিণ ২৪ পৰগনাছৰ প্ৰশাসনৰ ফালৰ পৰা প্ৰস্তুতিৰ সন্দৰ্ভত কয় যে, ইতিমধ্যে নিম্ন আৰু স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰা হৈছে। প্ৰথম অৱস্থাত পৰিকল্পনা অনুসৰি নিম্নসমতলীয় স্থানৰ পৰা প্ৰায় ৮,০০০-১০,০০০ লোকক সুৰক্ষাজনিত কাৰণত আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে।

ইয়াৰ বাহিৰেও আজি বিয়লিৰ পৰা ২১ ঘণ্টাৰ বাবে কলকাতা বিমানবন্দৰৰ পৰা সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। এই সময়ছোৱাত ৩৯৪খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হ’ব।

একে সময়তে সাধাৰণতে কলকাতা আৰু হাওৰাৰ আশে-পাশে থকা জিলাৰ সৈতে সংযোগ কৰা ছিলডা আৰু হাওৰা দুয়োটা সংমণ্ডলৰ বহু স্থানীয় ৰে’লো বাতিল কৰা হৈছে। আজি সন্ধিয়াৰ পৰা ১২ ঘণ্টাৰ বাবে সকলো কাৰ্গো আৰু কণ্টেইনাৰ হেণ্ডলিং কাম বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamcyclonenorth-eastRemalremal Cyclone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

November 12, 2025
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?
জীৱনশৈলী

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

November 12, 2025
Next Post
হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন